পৰিৱেশ আৰু পৰিৱেশৰ সমস্য়া

অধ্য়ায়- 2

1. অতি চমু প্রশ্নাৱলী : মূল্যাংক :

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহনা যোগোৱো গেছটো হ'ল - [HSLC '12] (a) মিথেন (b) ক্ল'ৰ’ফ্ল'ৰ' কার্বন (c) নাইট্ৰাছ অক্সাইড

(d) কার্বন ডাইঅক্সাইড

(ii) এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয় [HSLC '18] | (ক) মেৰু অঞ্চলত (খ) অৰণ্য অঞ্চলত (গ) ঔদ্যোগিক অঞ্চলত (ঘ) ঘাঁহনি অঞ্চলত (iii) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান ? (i) 0.000ε% (ii) 0.00% (iii) ০.৩৫% (iv) ৩.৩৫% (iv) সেউজ গৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী ? [HSLC'19] (i) অক্সিজেন (ii) কার্বন ডাই অক্সাইড (iii) নাইট্ৰ'জেন (iv) আর্গন 2. ‘ভূমিস্খলন' মানে কি ? [HSLC '11]


B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3

1. মৰুকৰণ কি? মৰুকৰণৰ দুটা কাৰণ লিখা ? [HSLC'17]


2. প্ৰদূষণ কি? বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। [HSLC '17]


3. গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি, লিখা । [HSLC '18]


4. পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা । [HSLC '18] 5. মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা।[HSLC '19]


6. প্রদূষণ মানে কি বুজায় ? মাটি কিদৰে প্ৰদূষিত হয়, লিখা। [HSLC '19] 7. পানী প্ৰদূষণ কেনেকৈ হয় ? [HSLC 20]


8. -গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা । [HSLC '20]

C.ৰনাধর্মী প্রশ্নাবলীঃ মূল্যাংক : 4/5
1. অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাসমূহৰ বিষয়ে চমু টোকা লিখা । [HSLC 12]

2. পাৰিবেশিক ব্যৱস্থাপনা মানে কি? কোনো এখন ঠাইৰ ভূমিস্খলন ৰোধ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি মতামত দিয়া। [HSLC '12] 3. “গোলকীয় উষ্ণায়ন” মানে কি? গোলকীয় উষ্ণায়ন সম্পর্কে চমুকৈ আলোচনা কৰা। [HSLC '13] 4. পৰিবেশিক সমস্যা কি? পৰিবেশিক সমস্যাৰ ভৌগলিক ভাগবোৰ ব্যাখ্যা কৰা ।[HSLC '17]


5. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা । [HSLC' 18]

Type by- Bikul Mandal