স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ 

অধ্য়ায়- 4

A. অতি চমু প্ৰশ্নাৱলী : মূল্যাংক : 1

1.শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) আছাম এছ'চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক'ত অনুষ্ঠিত হৈছিল ? [HSLC '18] (a) শিৱসাগৰত (b) যোৰহাটত (c) ডিব্ৰুগড়ত (d) গোলাঘাটত (ii) তলৰ কোনজন 'জোনাকী'ৰ প্ৰথম সম্পাদক আছিল ? [HSLC'19] (i) হেমচন্দ্ৰ বৰুৱা (ii) হেমচন্দ্ৰ গোস্বামী (iii) লক্ষ্মীনাথ বেজবৰুৱা

(iv) চন্দ্ৰকুমাৰ আগৰৱালা

(iii) ১৯০৩ চনত কোনে আছাম এছ'চিয়েছন গঠন কৰিছিল ? [HSLC 20]

(i) পদ্মনাথ গোহাঁই বৰুৱা (ii) হেমচন্দ্ৰ গোস্বামী (iii) নবীনচন্দ্ৰ বৰদলৈ (iv) মাণিক চন্দ্ৰ বৰুৱা 2. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে পোন প্রথমে দাবী উত্থাপন কৰিছিল ? [HSLC 11]

B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3 1. যোৰহাট সার্বজনিক সভাৰ প্ৰথমখন সভা কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি আছিল? [HSLC '12] 2. স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম উল্লেখ কৰা । [HSLC 13] 3. অসমত ১৮৫৭ চনৰ চিপাহী বিদ্রোহ কিয় বিফল হৈছিল? তিনিটা কাৰণ দিয়া।[HSLC '16] 4. অসম এছ'চিয়েচনৰ প্ৰথমখন অধিৱেশনত নিৰ্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা । [HSLC 19]


5. আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল ? [HSLC 20] C. ৰচনাধর্মী প্রশ্নাৱলী : মূল্যাংক : 4/5/6

1. অসমত ভাৰত ত্যাগ আন্দোলন কেনেদৰে সংঘটিত হৈছিল লিখা। [HSLC [11]


2. ব্ৰিটিছৰ শাসন কালত গঠিত আসাম এছোছিয়েচনৰ ক্ৰিয়া- কলাপৰ বিষয়ে আলোচনা কৰা। [HSLC '11] 3. ব্ৰিটিছৰ শাসন কালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত হোৱা কৃষক বিদ্ৰোহৰ কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা। [HSLC 12] 4. মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা।[HSLC '12, 16, 17] 5. ১৯৪২ “ভাৰত ত্যাগ আন্দোলনত” অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা । [HSLC '13] 6. ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ“ যোৰহাট সার্বজনিক সভা” গঠন হৈছিল ? ইয়াৰ প্ৰধান ক্রিয়া-কলাপবোৰ উল্লেখ কৰা। [HSLC '13] 7. ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে চমুকৈ আলোচনা কৰা । [HSLC '15] 8. অসমত অসহযোগ আন্দোলনৰ কাৰ্য্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল চমুকৈ লিখা । [HSLC '16]


9. ব্ৰিটিছ শাসনাধীন অসমত আসাম এছ'চিয়েচনৰ সমাজ IV সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা। [HSLC '17]


10. ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? [HSLC '17, 19]


11. যোৰহাট সার্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা । [HSLC 18]

12. অসমত ‘ভাৰত ত্যাগ আন্দোলন'ৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা ৷ [HSLC '18]

13. বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠান সমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া ।[HSLC'18]


14. ভাৰত ত্যাগ আন্দোলন ত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা ৷ [HSLC 19] 15. অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল ? [HSLC 20] 16. স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল ? [HSLC 20]


Type by- Bikul Mandal