বাঘ আৰু সিংহ
সপ্তম অধ্য়ায়
(ক) প্ৰশ্নঃ
(১) ঢেঁকীয়াপতীয়া বাঘৰ গাত কেনেকুৱা আঁচ থাকে ?
উত্তৰ :-
(২) ভাৰতৰ কোন ঠাই সিংহ পোৱা যায় ?
উত্তৰ :-
(৩) সৰহীয়া মানুহ দেখিলে বাঘে আক্ৰমণ কৰিবলৈ কিয় ভয় কৰে ?
উত্তৰ :-
(৪) মাংসাহাৰী বুলিলে কি বুজা ?
উত্তৰ :-
(৫) সিংহৰ ডিঙিত থকা চুলিক কি বোলে ?
উত্তত :-
(খ) শুদ্ধ বাক্য়শাৰী তলত লিখাঃ
সিংহক কিয় পশুৰ ৰজা বোলে ?
(১) ডিঙিত কেশত থকাৰ কাৰণে ।
(২) দৃষ্টিশক্তি প্ৰখৰ কাৰণে ।
(৩) সাহসী আৰু গম্ভীৰ কাৰণে ।
(৪) তীক্ষ্ণ দাঁত আৰু শক্তিশালী হাতোৰা থকা কাৰণে ।
(গ) তলৰ বাক্য়শাৰী তিনিবাৰ লিখাঃ
সিংহক পশুৰ ৰজা বোলে ।
------------------------------------
------------------------------------
------------------------------------
(ঘ) জন্তুবোৰৰ মিলা গাৰ অংগ আঁচ টানি লগ লগোৱাঃ
শুঁৰ গঁড়
খৰ্গ উট
কেশৰ হাতী
কুঁজ ম'হ
ঠোঁট চৰাই
শিং সিংহ
(ঙ) পাঁচোটা বনৰীয়া জন্তু আৰু পাঁচোটা ঘৰচীসা জন্তু নাম লিখাঃ
বনৰীয়া ঘৰচীয়া
--------------- -----------------
--------------- -----------------
--------------- -----------------
--------------- -----------------
--------------- -----------------
Type By- Pal Bora