স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান-গাঁও পঞ্চায়ত  

অধ্য়ায়ঃ ১১

   

১। কিন্তু নগৰখন যদি বেছি ডাঙৰ হয় অৰ্থাৎ মহানগৰ হয় তেতিয়া শেই অনুষ্ঠানক কি বোলে?

উত্তৰঃ পৌৰনিগম বোলে।


২। গাঁও অঞ্চলৰ বাবে গাঁও পঞ্চায়ত ব্য়ৱস্থা থাকে, সেইদৰে নগৰ অঞ্চলৰ বাবে থকা অনুষ্ঠানটোক কি বোলে?

উত্তৰঃ পৌৰসভা বোলে।


৩। আমাৰ গাঁও অঞ্চলত উদ্ভৱ হোৱা বিভিন্ন  সমস্য়া সমাধান কৰিবৰ বাবে আৰু অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰিবলৈ গাঁও অঞ্চলত স্থানীয় প্ৰশাসনৰ যি অনুষ্ঠান গঢ়ি তোলা হয় তাকে কি বোলে?

উত্তৰঃ গাঁও পঞ্চায়ত বোলে।


৪। গাঁও অঞ্চলৰ বিভিন্ন সমস্য়া সমাধানৰ বাবে আৰু অঞ্চলটোৰ উন্নয়নৰ হকে কাম কৰিবলৈ স্থানীয় প্ৰশাসনৰ যি অনুষ্ঠান গঢ়ি তোলা হয় তাকে কি বোলে?

উত্তৰঃ গাঁও পঞ্চায়ত বোলে।


৫। নিৰ্বাচন কেনেকৈ হয়, ভোট কি, ভোট কেনেদৰে দিয়ে আদি বিষয়ৰ এটি কি দিব?

উত্তৰঃ শিক্ষকে শিক্ষাৰ্থীক দিব।


৭। সাধাৰণতে কিমান হাজাৰতকৈ বেছি আৰু কি মান হাজাৰতকৈ কম জনসংখ্য়া থকা একোটা এলেকাত  একোখন গাঁও পঞ্চায়ত গঠন কৰা হয়?

উত্তৰঃ ৬ হাজাৰতকৈ বেছি আৰু ১০ হাজাৰতকৈ কম  জনসংখ্য়া থকা একোটা এলেকাত  একোখন গাঁও পঞ্চায়ত গঠন কৰা হয়।


৮। গাঁও পঞ্চায়ত ওকোখনৰ মুঠতে কি সমষ্টি থাকে?

উত্তৰঃ ১০ টা সমষ্টি থাকে।

৯। গাঁও পঞ্চায়তৰ মুঠ সদস্য় সংখ্য়া কিমান গৰাকী?

উত্তৰঃ ১১ গৰাকী।

১০। গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ ৫ বছৰ 

১১। গাঁও পঞ্চায়ত এখনৰ কি মান গৰাকী সদস্য়ৰ উপৰিও এগৰাকী সভাপতি থাকে?   

উত্তৰঃ ১০ গৰাকী সদস্য়ৰ উপৰিও এগৰাকী সভাপতি থাকে। 

১২। গাঁও পঞ্চায়ত এখনৰ মুঠ সদস্য়ৰ সংখ্য়া কিমান?

উত্তৰঃ ১১ জন।

১৩। তেৱোঁ আন সদস্য়সকলৰ দৰে গাঁৱৰ ৰাইজৰ ভোটৰ দ্ধাৰা কি হৈ আহিব লাগে?

উত্তৰঃ নিৰ্বাচিত হৈ আহিব লাগে।


১৪। সেই সভাত সভাপতি আৰু কি মান গৰাকী সদস্য়ই মিলি উপ-সভাপতিগৰাকীক মনোনীত কৰে?

উত্তৰঃ ১০ গৰাকী সদস্য়ই মিলি উপ-সভাপতিগৰাকীক মনোনীত কৰে।


১৫। গাঁও পঞ্চায়ত এখনৰ প্ৰথমখন সভা বহাৰপৰা কিমান বছৰলৈ এই পঞ্চায়তখন বাহাল থাকে?

উত্তৰঃ পাঁচ বছৰলৈ। 


১৬। তাৰ পাছত পুনৰ কি যোগেদি পঞ্চায়ত গঠন কৰা হয়?

উত্তৰঃ নিৰ্বাচনৰ যোগেদি পঞ্চায়ত গঠন কৰা হয়।


১৭। প্ৰতিখন গাঁও পঞ্চায়তৰ একোটা কি থাকে 

উত্তৰঃ কাৰ্যালয় থাকে।


১৮। এই কাৰ্যালয়ত এজন সচিব আৰু আন আন কাৰ্যালয় কি থাকে?

উত্তৰঃ সহায়ক থাকে।


১৯। তেওঁলোকক ৰাজ্য় চৰকাৰে কি দিয়ে?

উত্তৰঃ নিযুক্তি দিয়ে।


২০। গাঁও পঞ্চায়তৰ কাৰ্যালয় পৰিচালনাৰ দায়িত্ব এই কি?

উত্তৰঃ সচিবজনৰ ।


Type By- RITU Moni Bora