অসমৰ স্থানীয় প্ৰশাসন

  অধ্য়ায়ঃ ১২

১। অসমত বৰ্তমান কিমান খন জিলা আছে?

উত্তৰঃ অসমত বৰ্তমান ৩৩ খন জিলা আছে।

২। প্ৰাকৃতিক অৱস্থান আৰু অৱস্থিতিৰ ফালৰপৰা অসমৰ জিলাসমূহক কেইটা বিশেষ ক্ষেত্ৰত ভাগ কৰিব পাৰি?

উত্তৰঃ তিনিটা ভাগ কৰিব পৰি।

৩।  পাৰ্বত্য় জিলাৰ অন্তৰ্গত জিলা দুখন কি কি?        

উত্তৰঃ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা।

৪। স্বায়ত্তশাসিত জিলা পৰিষদৰ সৰ্বোচ্চ সদস্য় সংখ্য়া কিমান গৰাকী?

উত্তৰঃ ২৪ গৰাকী।

৫। তেওঁ স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰধান কি নিৰ্ধাৰণ কৰে?   

উত্তৰঃ নীতি-নিয়মবোৰ নিৰ্ধাৰণ কৰে। 

৬। কিমান চনৰ কি মাহত অনুষ্ঠিত হৈ যোৱা নিৰ্বচনচোৱে আছিল বিটিএডিৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন?

উত্তৰঃ ২০০৫ চনৰ মে' মাহত।

৭। কিমান  চনৰ কি তাৰিখে ভাৰতীয় সংবিধানে 'বিটিএডি'১ নামেৰে এই পৰিষদখন সাংবিধানিকভাৱে ঘোষণা কৰে 

উত্তৰঃ ২০০৩ চনৰ ১৮ ছেপ্তেম্বৰ তাৰিখে।

৮। জিলা পৰিষদ এখনৰ সৰ্বোচ্চ সদস্য় সংখ্য়া কিমান?

উত্তৰঃ ২৮ গৰাকী।

৯। অসমখন বিভিন্ন কি বসতিস্থান? 

উত্তৰঃ জাতি- জনজাতিৰ বসতিস্থান।

১০। সচিবালয়ৰ মুৰব্বীগৰাকীক প্ৰধান কি বোলা হয়?

উত্তৰঃ সচিব বোলা হয়।

১১। প্ৰত্য়েকটো বিভাগৰ বাবে এগৰাকীকৈ সচিব আৰু অন্য়ান্য় কি নিয়োগ কৰা হয়?

উত্তৰঃ কৰ্মচাৰী নিয়োগ কৰা হয়।

১২। স্বায়ত্তশাসিত জিলা কি এটি সচিবালয় থাকে? 

উত্তৰঃ পৰিষদৰ থাকে।

১৩। সাংবিধানিকভাৱে স্বায়ত্তশাসিত জিলা পৰিষদসমূহক যথেষ্ট কি প্ৰদান কৰা হৈছে?

উত্তৰঃ ক্ষমতা প্ৰদান কৰা হৈছে।

১৪। ক্ষমতাৰ ফালৰপৰা স্বায়ত্তশাসিত জিলা পৰিষদক পাহাৰীয়া জিলাৰ কি বুলিব পাৰি?

উত্তৰঃ চৰকাৰ বুলিব পাৰি।

১৫। দুই এটা বিষয়ৰ বাহিৰে চৰকাৰে স্বায়ত্তশাসিত জিলা পৰিষদৰ কি কৰিব নোৱাৰে?

উত্তৰঃ কাৰ্যাৱলীত হস্তক্ষেপ কৰিব নোৱাৰে। 

১৬। পূৰ্বৰ তুলনাত স্বায়ত্তশাসিত জিলা পৰিষদৰ কি পৰিমাণে বাঢ়িছে?

উত্তৰঃ ক্ষমতা যথেষ্ট পৰিমাণে বাঢ়িছে।

১৭। স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যাৱলীৰ ওপৰতে সেই জিলাবোৰৰ কি কৰে?

উত্তৰঃ প্ৰগতি নিৰ্ভৰ কৰে।

১৮। জনজাতিসমূহৰ সমস্য়াসমূহ দূৰ কৰি তেওঁলোকৰ স্বাৰ্থক সুৰক্ষিত কৰাটো স্বায়ত্তশাসিত জিলা পৰিষদৰ লক্ষ্য় আৰু কি?

উত্তৰঃ উদ্দেশ্য়।

১৯। স্বয়ত্তশাসিত জিলা পৰিষদক যদিও বিভিন্ন ধৰণৰ ক্ষমতা আৰু দায়িত্ব অৰ্পণ কৰা হৈছে; তথাপি স্বায়ত্তশাসিত জিলা পৰিষদ সম্পূৰ্ণ কি নহয়?

উত্তৰঃ স্বাধীন নহয়।

২০। স্বায়ত্তশাসিত জিলা পৰিষদৰ ওপৰত চৰকাৰী কি থাকে?  

উত্তৰঃ নিয়ন্ত্ৰণ থাকে।


 Type By- RITU Moni Bora