নিয়ৰ

প্ৰথম অধ্য়ায় 


1/ মুকুতা মণিটি কিহত জিলিকা

উত্তৰঃ মুকুতা মণিটি পাহিত জিলিকা। 

2/ নিশাৰ তৰা এটি সৰিয়েহে আছে ক'ত টোপনি যোৱা ?

উত্তৰঃ নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা।

3/ নিজম আকাশৰ নিচুক কথাটি ক'ত থৈছে সাঁচি

উত্তৰঃ নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। 

4/ফুলনিত কোনে নিশা নাচিছিল

উত্তৰঃ ফুলনিত নিয়ৰৰ টোপাল বোৰে নাচিছিল। 

5/ নিয়ৰ কবিতাটিৰ কবিগৰাকীৰ নাম কি ?
 
উত্তৰঃ নিয়ৰ কবিতাটিৰ কবিগৰাকীৰ নাম হ'ল কবি-চন্দ্ৰকুমাৰ আগৰৱালা।


Type By- Subhas Nath