নিয়ৰ
প্ৰথম অধ্য়ায়
1/ মুকুতা মণিটি কিহত জিলিকা ?
উত্তৰঃ মুকুতা মণিটি পাহিত জিলিকা।
2/ নিশাৰ তৰা এটি সৰিয়েহে আছে ক'ত টোপনি যোৱা ?
উত্তৰঃ নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা।
3/ নিজম আকাশৰ নিচুক কথাটি ক'ত থৈছে সাঁচি ?
উত্তৰঃ নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি।
4/ফুলনিত কোনে নিশা নাচিছিল ?
উত্তৰঃ ফুলনিত নিয়ৰৰ টোপাল বোৰে নাচিছিল।
5/ নিয়ৰ কবিতাটিৰ কবিগৰাকীৰ নাম কি ?
উত্তৰঃ নিয়ৰ কবিতাটিৰ কবিগৰাকীৰ নাম হ'ল কবি-চন্দ্ৰকুমাৰ আগৰৱালা।
Type By- Subhas Nath
0 Comments