দূৰৱৰ্ত্তী শিক্ষাত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা

অধ্যায়- ১২

(ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দত উত্তৰ কৰক) 

প্রশ্ন ১ : তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা মানে কি? 

উত্তৰঃ

প্রশ্ন ২ : তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাই কেনেকৈ শিক্ষাৰ প্ৰক্ৰিয়াসমূহত প্ৰভাৱ পেলাইছে? 

উত্তৰঃ 

প্রশ্ন ৩ঃ তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা আধাৰিত শিক্ষণৰ উদ্ভাবিত ক্ষেত্ৰবোৰ কি কি? 

উত্তৰঃ 

প্রশ্ন ৪ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষণ ব্যৱস্থাত তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা কিয় গুৰুত্বপূৰ্ণ ? 

উত্তৰঃ 

(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ গঠন আৰু বিকাশৰ বিভিন্ন পর্যায়বোৰ কি কি?

উত্তৰঃ 

প্রশ্ন ২ : সমাজত ‘সমুহীয়া অনাতাঁৰ'ৰ মূল ভূমিকা কি? ইয়াক শিক্ষাৰ ক্ষেত্ৰত কিয় ব্যৱহাৰ কৰা হয় ? ব্যাখ্যা কৰক । 

উত্তৰঃ 

প্রশ্ন ৩ : আধুনিক সময়ত বিস্তৃতভাৱে ব্যৱহৃত হোৱা শিক্ষণৰ নতুন ধাৰণাসমূহৰ ওপৰত চমু আলোচনা আগবঢ়াওক । 

উত্তৰঃ 

(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : আধুনিক সময়ৰ শিক্ষাৰ বাবে তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ আহিলাসমূহ সুবিধাপ্রদক বুলি আপুনি অনুভৱ কৰে নেকি? যদি ভাবে বহলাই লিখক।

উত্তৰঃ

প্রশ্ন ২: উচ্চ শিক্ষা পদ্ধতিত পৰম্পৰাগত ধাৰণাটোক তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা আধাৰিত কৰিবলৈ যাওঁতে মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে চমু পৰ্যালোচনা কৰক। 

উত্তৰঃ 

প্রশ্ন ৩ : উত্তৰ-পূব ভাৰতত শিক্ষা ব্যৱস্থাত তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ বাৱহাৰৰ বিষয়ে এটি চমু বিৱৰণ দিয়ক। 

উত্তৰঃ 

প্রশ্ন ৪ : উত্তৰ-পূব ভাৰতত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাল ব্যৱহাৰৰ সম্বন্ধে এটি জৰিপ কৰক।

উত্তৰঃ




Question Type By- Parina Hazarika