শিকন

অধ্য়ায় ৯


(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : শিকন মানে কি?

উত্তৰঃ


প্রশ্ন নং ২ ঃ শিকনক মানুহৰ পৰিপক্কতা প্ৰক্ৰিয়াৰ লগত কেনেকৈ সংযোগ কৰিব?

উত্তৰঃ


প্রশ্ন নং ৩ ঃ শিকনৰ মুখ্য নীতি তিনিটা কি কি ?

উত্তৰঃ


প্রশ্ন নং ৪ ঃ অনুশীলনৰ নীতি বুলিলে কি বুজে ? ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন নং ৫ ঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুলিলে কি বুজে? ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন নং ৬ ঃ অনুকৰণৰ যোগেদি শিকন বুলিলে কি বুজে? ব্যাখ্যা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৭ : পর্যবেক্ষনৰ যোগেদি শিকন মানে কি? ব্যাখ্যা কৰক। 

উত্তৰঃ


(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : শিকন মানে কি? উদাহৰণসহ ইয়াৰ স্বৰূপ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ২ : প্ৰচেষ্টা আৰু ভুল পদ্ধতি মানে কি? ইয়াৰ শৈক্ষিক তাৎপৰ্য্য আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন নং ৩ : শিকনৰ বিভিন্ন নীতিসমূহ আৰু ইয়াৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন নং ৪ ঃশিকনৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰক। সাধাৰণতে শিশুসকলে কোনটো পদ্ধতি অনুসৰণ কৰে ?

উত্তৰঃ


প্রশ্ন নং ৫ ঃ স্বতঃস্ফূত আৰু সচেতন অনুকৰণ পদ্ধতিৰ শৈক্ষিক তাৎপর্যৰ বিষয়ে আলোচনা কৱক।

উত্তৰঃ


প্রশ্ন নং ৬ ঃ অনুকৰণ পদ্ধতিৰ দ্বাৰা শিকন আৰু পৰ্য্যবেক্ষন পদ্ধতিৰ দ্বাৰা শিকনৰ শৈক্ষিক তাৎপর্যৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ



Question Type By- Mayur rani Kashyap