শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি

অধ্য়ায় ২


(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : ‘অন্তঃপ্রেক্ষণ' শব্দটো ব্যুৎপত্তিগত অর্থ কি? শিক্ষা মনোবিজ্ঞানত অন্তঃপ্রেক্ষণ পদ্ধতিৰ গুৰুত্বতা সম্পৰ্কে বৰ্ণনা কৰক

উত্তৰঃ


প্রশ্ন নং ২ : শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি হিচাপে অন্তঃপ্রেক্ষণ পদ্ধতিৰ গুণ আৰু দোষসমূহ চিনাক্ত কৰক।

উত্তৰঃ


প্রশ্ন নং ৩ ঃ পৰ্য্যবেক্ষণ পদ্ধতিৰ নীতিসমূহ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন নং ৪: ঘটনা অধ্যয়ন পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন নং ৫ ঃ পৰীক্ষণ পদ্ধতিৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰক।

উত্তৰঃ


(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ ঃ শিক্ষা মনোবিজ্ঞানত অন্তঃপ্রেক্ষণ পদ্ধতি আৰু পৰ্য্যবেক্ষণ পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰক ৷

উত্তৰঃ


প্রশ্ন নং ২ : সাক্ষাৎকাৰমূলক পদ্ধতি কি ? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ?

উত্তৰঃ


প্রশ্ন নং ৩ ঃ পৰীক্ষণ পদ্ধতি আৰু লগতে ইয়াৰ দোষ-গুণসমূহৰ বিষয়ে বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন নং ৪ ঃ এটি আচৰণজনিত সমস্যা সংশোধনৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ ঘটনা অধ্যয়ন পদ্ধতিয়ে এজন শিক্ষকক কিদৰে সহায় কৰে বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৫ ঃ শিক্ষণ-শিকন প্ৰক্ৰিয়াত শৈক্ষিক পদ্ধতিসমূহৰ গুৰুত্ব প্ৰয়োগৰ বিষয়ে আলোচনা কৰক ৷

উত্তৰঃ



Question Type By- Mayur Rani Kashyap