শেহতীয়া বাল্য়কাল

অধ্য়ায় ৫


(ক) চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন নং ১ ঃ শেহতীয়া বাল্য়কালৰ বিষয়ে এটা টোকা লিখক।

উত্তৰঃ


প্ৰশ্ন নং ২ ঃ শেহতীয়া বাল্য়কালৰ সময়ছোৱাত শিশুসকলৰ শাৰীৰিক বিকাশৰ বিষয়ে চমুকৈ লিখক।

উত্তৰঃ


প্ৰশ্ন নং ৩ ঃ শেহতীয়া বাল্য়কালৰ কালছোৱাত কিছুমান শিশুৰ লোধোমা গা হোৱাৰ কাৰণসমূহ কি কি?

উত্তৰঃ


প্ৰশ্ন নং ৪ ঃ শেহতীয়া বাল্য়কালত কথা-বতৰাৰ ক্ষেত্ৰত দেখা পোৱা সাধাৰণ চাৰিটা সমস্য়া কি কি?

উত্তৰঃ


প্ৰশ্ন নং ৫ ঃ শেহতীয়া বাল্য়কালৰ শাৰীৰিক সমস্য়া বুলিলে কি বুজে?

উত্তৰঃ


প্ৰশ্ন নং ৬ ঃ শেহতয়া বাল্য়কালৰ মানসিক বা মনোবৈজ্ঞানিক সমস্য়া বুলিলে কি বুজে?

উত্তৰঃ


(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : জীৱনৰ কোনটো স্তৰক শেহতীয়া বাল্যকালৰ স্তৰ বুলি কোৱা হয় ? এই স্তৰক পূর্ব বাল্যকালৰ পৰা ভিন্ন বুলি চিহ্নিত কৰিব পাৰি? আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ২ ঃ শেহতীয়া বাল্যকালৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন নং ৩ ঃ শেহতীয়া বাল্যকালৰ বিশেষ সমস্যাৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন নং ৪ : ‘এইটো এটা জীৱনৰ গাঁথনিৰ সময়' - পৰৱৰ্তী বাল্যকালটোক কিয় জীৱনৰ গাঁথনি সময় বুলি কোৱা হয়? শেহতীয়া বাল্যকালৰ শিশুৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা কেনেধৰণৰ হোৱা দৰকাৰ? আলোচনা কৰক।

উত্তৰঃ



Question Type By- Mayur rani Kashyap