স্মৃতি আৰু বিস্মৃতি

            অধ্য়ায় ১১ 


(ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ ঃ স্মৃতি মানে কি বুজে ?

উত্তৰঃ


প্রশ্ন নং ২ : সংৰক্ষণ বুলিলে কি বুজে?

উত্তৰঃ


প্রশ্ন নং ৩ ঃ পুনঃস্মৰণ বুলিলে কি বুজে?

উত্তৰঃ


প্রশ্ন নং ৪ : মুখস্থ বা যান্ত্ৰিক স্মৃতি আৰু যুক্তি সংগত স্মৃতি বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন নং ৫ : উত্তম স্মৃতিৰ লক্ষণ কি কি?

উত্তৰঃ


(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : স্মৃতিৰ আটাইতকৈ প্ৰয়োজনীয় দুটা উপাদানৰ বিষয়ে বৰ্ণনা কৰক ৷

উত্তৰঃ


প্রশ্ন নং ২ : উত্তম স্মৃতিৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখক।

উত্তৰঃ


প্রশ্ন নং ৩ ঃ কম আয়সতে মনত ৰখা পদ্ধতি দুটাৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৪ : মনত ৰাখিবৰ বাবে জিৰণিৰ প্ৰয়োজননে? যদি হয় তেন্তে কিয় প্রয়োজন?

উত্তৰঃ


প্রশ্ন নং ৫ ঃ ভাল স্মৃতিৰ বাবে মানসিক স্বাস্থ্য আৰু আগ্ৰহ কিয় দৰকাৰ হয়, ব্যাখ্যা কৰক ।

উত্তৰঃ


(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : স্মৃতি বুলিলে কি বুজে? স্মৃতিৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰক ৷

উত্তৰঃ


প্রশ্ন নং ২ : উত্তম স্মৃতিৰ চাৰিটা লক্ষণৰ বিষয়ে উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন নং ৩ ঃ স্মৃতিৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৪ : স্মৃতিক কেনেকৈ আৰু বেছি উন্নীত কৰিব পৰা যায়?

উত্তৰঃ


প্রশ্ন নং ৫ঃ আমি কিয় পাহৰো? উদাহৰণৰ সৈতে বিস্মৃতিৰ বিভিন্ন কাৰণসমূহৰ বিষয়ে আলোচনা কৰক ৷

উত্তৰঃ





Question Type By- Mayur rani Kashyap