কৈশোৰকালৰ অপৰাধ প্ৰৱণতা

অধ্য়ায় ৭


(ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : অপৰাধ প্ৰৱণতা বুলিলে কি বুজে ? কি কি ?

উত্তৰঃ


প্রশ্ন নং ১ : কৈশোৰকালৰ অপৰাধ প্ৰৱণতা বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন নং ১ : আইডিয়েল আৰুব্রনণাৰে আগবঢ়োৱা কৈশোৰকালৰ অপৰাধ প্ৰৱণতাৰ কাৰণকেইটা কি কি?

উত্তৰঃ


(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : অপৰাধপ্ৰৱণ কিশোৰ-কিশোৰীৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন নং ২ : কৈশোৰকালৰ অপৰাধ প্ৰৱণতা নাইকিয়া কৰাত পিতৃ-মাতৃ আৰু শিক্ষকৰ ভূমিকা বৰ্ণনা কৰক ।

উত্তৰঃ


(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : ‘অপৰাধ প্ৰৱণতা জন্মগত'- উক্তিটো আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ২ : ‘ব্যক্তিক অপৰাধ প্ৰৱণ কৰি তোলা হয়।'- উক্তিটো আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৩ : অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ উল্লেখ কৰক আৰু কিছুমান প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াওক ।

উত্তৰঃ



Question Type By- Mayur rani Kashyap