শিকনৰ তত্ত্ব সমূহ

অধ্য়ায় ১০


(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : সংযোগবাদ বুলিলে কি বুজে? ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন নং ২ঃ পৰম্পৰাগত অনুবন্ধন তত্ত্বটো কোনে আৱিষ্কাৰ কৰিছিল? এই তত্ত্বটোৰ মৌলিক ধাৰণা কি আছিল।

উত্তৰঃ


প্রশ্ন নং ৩ ঃ সংযোগবাদ তত্ত্বৰ শৈক্ষিক তাৎপর্য কি? ব্যাখ্যা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৪ : আচৰণবাদী তত্ত্ব বুলিলে কি বুজে? এই দিশৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰঃ


প্রশ্ন নং ৫ : অন্তদর্শন শিকন বুলিলে কি বুজে ? সংজ্ঞানাত্মক শিকনৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ


(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ ঃ সংযোগবাদ তত্ত্বটো ব্যাখ্যা কৰক। ইয়াৰ সীমাবদ্ধতাসমূহ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ২ : পৰম্পৰাগত আৰু কাৰ্য্যাত্মক অনুবন্ধনবাদৰ মাজত কি কি পার্থক্য আছে?

উত্তৰঃ


প্রশ্ন নং ৩ ঃ শিক্ষাতত্ত্বত স্কিনাৰৰ বৰঙনিসমূহ ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন নং ৪ : অন্তদর্শন শিকন মানে কি? উদাহৰণসহ শ্ৰেণীকোঠাত ইয়াৰ প্ৰয়োগ ব্যাখ্যা কৰক।

উত্তৰঃ



Question Type By- Mayur rani Kashyap