ব্য়ক্তিত্বৰ তত্ত্বসমূহ

অধ্য়ায় ১৪


(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ ঃ হিপ্পোক্রেটচ্‌ ব্যক্তিত্বৰ শ্ৰেণীবিভাগৰ বিষয়ে বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন নং ১ : স্ৰেঞ্জাৰৰ ব্যক্তিত্বৰ শ্ৰেণীবিভাগৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৩ : সংলক্ষণ বুলিলে কি বুজে? সংলক্ষণৰ বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ


প্রশ্ন নং ৪ : ইগ, ইগ' (অহম) আৰু চুপাৰ ইগ' (পৰম অহম) বুলিলে কি বুজে ?

উত্তৰঃ


(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : ব্যক্তিত্বৰ প্ৰকাৰ বুলিলে কি বুজায় ? ইয়ুংয়ে আগবঢ়োৱা ব্যক্তিত্বৰ প্ৰকাৰ তত্ত্বৰ দোষবোৰৰ বিষয়ে বৰ্ণনা কৰক ৷

উত্তৰঃ


প্রশ্ন নং ২ : এলপোর্ট আৰু কেটেলৰ ব্যক্তিত্বৰ শ্ৰেণীবিভাজনসমূহৰ বিষয়ে বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন নং ৩ : ব্যক্তিত্বৰ মনোবিশ্লেষণাত্মক তত্ত্ব বুলিলে কি বুজে? মনোবিশ্লেষণাত্মক তত্ত্বৰ ক্রমবিকাশৰ বিষয়ে বৰ্ণনা কৰক ৷

উত্তৰঃ





Question Type By- Mayur rani Kashyap