ব্য়তিক্ৰমী শিশুৰ বাবে শিক্ষা 

অধ্য়ায় ৮


(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক

প্রশ্ন নং ১ : ব্যতিক্রমী শিশু মানে কি? এনে শিশুৰ বৈশিষ্ট্যবোৰ কি?

উত্তৰঃ


প্রশ্ন নং ২ : ব্যতিক্রমী শিশুৰ প্ৰয়োজনীয়তাবোৰ কেনেধৰণৰ ?

উত্তৰঃ


প্রশ্ন নং ৩ : ব্যতিক্রমী শিশুৰ শিক্ষাৰ উদ্দেশ্যবোৰ কি কি?

উত্তৰঃ


প্রশ্ন নং ৪ : মন্থৰ বুদ্ধিৰ শিক্ষাৰ্থীৰ বাবে কেনে প্ৰকাৰৰ শিক্ষা প্রয়োজন ?

উত্তৰঃ


(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : প্রতিভাসম্পন্ন শিশু এটি কেনেদৰে চিনাক্ত কৰিব পাৰি? প্ৰতিভাসম্পন্ন শিশুৰ বাবে আদর্শ শৈক্ষিক কাৰ্যসূচী এখন কেনেকৈ প্ৰস্তুত কৰিব পৰা যায়?

উত্তৰঃ


প্রশ্ন নং ২ : অনগ্ৰসৰ শিশুৰ বৈশিষ্ট্যবোৰ কি কি ? অনগ্ৰসৰ শিশুৰ বাবে শিক্ষাৰ উদ্দেশ্যবোৰ কি কি?

উত্তৰঃ


প্রশ্ন নং ৩ : মন্থৰ বুদ্ধিৰ শিক্ষাৰ্থীৰ বৈশিষ্ট্যবোৰ কি কি? মহুৰ বুদ্ধিৰ শিক্ষাৰ্থীৰ বাবে কেনে প্ৰকাৰৰ শিক্ষা প্ৰস্তুত কৰা হয় ।

উত্তৰঃ





Question Type By- Mayur rani Kashyap