অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব সৈতে বাংলা আৰু উড়িয়া ভাষাৰ তুলনা

অধ্য়ায়-৭

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

ক) অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ মূল কি?

উত্তৰঃ


খ) কোন সময়ৰ পৰা অসমীয়া, বাংলা আৰু উড়িয়া ভাষাই স্বকীয় ৰূপ ল'বলৈ আৰম্ভ কৰে ?

উত্তৰঃ


গ) বাংলা ভাষাত ‘য়’ অৰ্দ্ধস্বৰৰ উচ্চাৰণ কেনেকুৱা ?

উত্তৰঃ


ঘ) উড়িয়া ভাষাৰ অৰ্দ্ধস্বৰ ‘ৱ’ আৰু ‘য়’ কোন অৱস্থানত প্ৰয়োগ হয়?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ দ্বিস্বৰ পোৱা যায়নে? আছে যদি দেখুৱাওক।

উত্তৰঃ


প্রশ্ন ২ : চমুটোকা লিখক - বাংলা ভাষাৰ স্বৰধ্বনি, উড়িয়া ভাষাৰ স্বৰধ্বনি। 

উত্তৰঃ


প্রশ্ন ৩ : উড়িয়া ভাষাৰ ব্যঞ্জন ধ্বনিসমূহৰ উচ্চাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰক ৷

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাত উচ্চাৰিত ধ্বনি আৰু লিখিত ৰূপত ব্যৱহৃত বৰ্ণমালাৰ মাজত কিয় পার্থক্য সৃষ্টি হ'ল আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ পৰিচয়মূলক টোকা লিখি তিনিওটাৰে উদ্ভৱৰ ইতিহাস আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ৩ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ স্বৰধ্বনিসমূহৰ বৰ্ণনা আগবঢ়াই তুলনামূলক আলোচনা যুগুত কৰক।

উত্তৰঃ


প্রশ্ন ৪ : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ ব্যঞ্জনধ্বনিসমূহৰ তালিকাকেইখন উল্লেখ কৰি তুলনামূলক বিচাৰ আগবঢ়াওক।

উত্তৰঃ


প্রশ্ন ৫ : অসমীয়া,বাংলা আৰু উড়িয়া ভাষাৰ স্বৰ আৰু ব্যঞ্জনৰ প্ৰয়োগ কেনেদৰে হয় দেখুওৱাক।

উত্তৰঃ




Type By- Bikash Bora