অসমীয়া ভাষাৰ বিভক্তি

অধ্য়ায়-১৪

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

ক) বিভক্তি আৰু প্ৰত্যয়ৰ পাৰ্থক্য কি? 

উত্তৰঃ


খ) ‘ক্রিয়া-বিভক্তি' কাক বোলা হয় ?

উত্তৰঃ


গ) অসমীয়া ভাষাত তৃতীয় পুৰুষৰ সৈতে সংগতি ৰক্ষা কৰা ক্রিয়া-বিভক্তি কেইটা কি কি— উল্লেখ কৰক।

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : বিভিন্ন কাৰকত লগ লগা বিভক্তিসমূহৰ এখন তালিকা প্ৰস্তুত কৰক ৷ 

উত্তৰঃ


প্রশ্ন ২ : বিভক্তি সংযোগৰ নিয়মাৱলী সম্পর্কে চমুকৈ লিখক।

উত্তৰঃ


প্রশ্ন ৩ : ‘অসমীয়া ক্রিয়া-বিভক্তিসমূহৰ ৰূপ’- - এই বিষয়ে এটি টোকা যুগুত কৰক ।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া ভাষাৰ শব্দ-বিভক্তিবোৰৰ এখন তালিকা প্রস্তুত কৰি একাধিক উদাহৰণেৰে সেইবোৰৰ প্ৰয়োগ দেখুৱাওক।

উত্তৰঃ


প্রশ্ন ২ : কাল, দশা আৰু পুৰুষ অনুসাৰে অসমীয়া ক্রিয়া-বিভক্তিবোৰৰ এখন তালিকা যুগুত কৰি ‘ধৰ’ বা ‘যা’ ধাতুৰ ক্ৰিয়াৰূপত সিবোৰৰ ব্যৱহাৰ দেখুৱাওক।

উত্তৰঃ


প্রশ্ন ৩ : ক্রিয়া-বিভক্তি কাক বোলে ? শব্দ-বিভক্তিৰ সৈতে এই বিভক্তিৰ পাৰ্থক্য কি? -ইছ্-ইল্‌ আৰু –ইব-ক বিভক্তিৰ মৰ্যাদা দিব পাৰি নে? যুক্তি সহকাৰে আলোচনা কৰক ৷

উত্তৰঃ



Type By- Bikash Bora