অধ্য়ায়- ৩

চৰ্যাপদ

৩.১০ আৰ্হি প্ৰশ্ন

বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ তলৰ প্ৰশ্ন কেইটাৰ অতি চমু উত্তৰ লিখক----

(ক) হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজ দৰবাৰৰ গ্ৰন্থগাৰৰ পৰা সংগ্ৰহ কৰি অনা পুথি কেইখনৰ নাম লিখক।

উত্তৰঃ

(খ) 'সন্ধ্য়াভাষা' বা 'আলো-আঁধাৰি ভাষা' মানে কি ?

উত্তৰঃ


চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ প্ৰসংগ-সংগতি দৰ্শাই ব্য়াখ্য়া কৰক----

                "ধামাৰ্থে চাটিল সাঙ্কম গঢ়ই।

                 পাৰগামি লোঅ নিভৰ তৰই।।

                 ফাড্ডিঅ মোহতৰু পটি জোড়িঅ।।

                 আদঅ দিঢ়ঁ টাঙ্গী নিবাণে কোড়িঅ।।"

উত্তৰঃ 

প্ৰশ্ন ২ঃ চৰ্যাগীতৰ সৈতে বৰগীতৰ সাদৃশ্য় বিচাৰ কৰক।

উত্তৰঃ

প্ৰশ্ন ৩ঃ চৰ্যাগীতৰ মূল দাৰ্শনিক তত্ত্ব সম্পৰ্কে চমুকৈ আলোচনা দাঙি ধৰক।

উত্তৰঃ


ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ আপোনাৰ পাঠবিষয়ৰ অন্তৰ্গত চৰ্যাপৰদ কেইটাৰ আধাৰত সামগ্ৰিকভাৱে চৰ্যাপদৰ সাহিত্য়িক সৌন্দৰ্য্য় বিচাৰ কৰক।

উত্তৰঃ

প্ৰশ্ন ২ঃ চৰ্যাপদৰ বিষয়বস্তুৰ তথা ধৰ্মীয় সাধনতত্ত্বৰ কথা কেনেদৰে ব্য়াখ্য়া কৰা হৈছে সেইবিষয়ে বহলাই আলোচনা কৰক।

উত্তৰঃ

প্ৰশ্ন ৩ঃ চৰ্যাপদৰ মাজত সমসাময়িক অসমীয়া সমাজ-জীৱনৰ ছবি কিদৰে ফুটি উঠিছে আলোচনা কৰক।

উত্তৰঃ 

প্ৰশ্ন ৪ঃ আপোনাৰ পাঠ্য়বিষয়ৰ অন্তৰ্গত ৫ নং চৰ্যাটিৰ ভাবাৰ্থ ব্য়াখ্য়া কৰক।

উত্তৰঃ

প্ৰশ্ন ৫ঃ আপোনাৰ পাঠ্য়বিষয়ৰ অন্তৰ্গত ৭ নং চৰ্যাটিৰ ভাবাৰ্থ ব্য়াখ্য়া কৰক।

উত্তৰঃ

প্ৰশ্ন ৬ঃ আপোনাৰ পাঠ্য়বিষয়ৰ অন্তৰ্গত ২২ নং চৰ্যাটিৰ ভাবাৰ্থ ব্য়াখ্য়া কৰক।

উত্তৰঃ 



Question Type By- Janmoni Hazarika