ৰোমাণ্টিক আৰু আধুনিক কবিতাৰ পটভূমি

অধ্য়ায়- ৭


বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক –

(ক) ‘ৰমন্যাসবাদ হ’ল বিস্ময়ৰ পুণর্জাগৰণ' – কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ 


(খ) প্ৰথম অসমীয়া ছনেটটোৰ শিৰোনাম কি? এই কবিতাটো কোনে লিখিছিল ?

উত্তৰঃ 

(গ) জয়ন্তীয়ে প্ৰৱৰ্তন কৰা প্ৰগতিবাদী কবিতাৰ ধাৰাটো পৰৱৰ্তী কালৰ কোনখন কাকতত প্ৰাণৱন্ত হৈ উঠিছিলগৈ ?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘জোনাকী যুগ'ৰ কবিসকলৰ কাব্যকৃতিৰ চমু বিৱৰণ দাঙি ধৰক ।

উত্তৰঃ


প্রশ্ন ২ : অসমীয়া ৰমন্যাসিক কবিতাৰ পটভূমি সম্পর্কে এটি টোকা প্ৰস্তুত কৰক ৷

উত্তৰঃ


প্রশ্ন ৩ : আধুনিক কবিতাৰ পটভূমি নিৰ্ণয় কৰক।

উত্তৰঃ


প্রশ্ন ৪ : আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰক।

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘ৰমন্যাসিক কবিতা' বুলিলে কি বুজে ? ইয়াৰ পটভূমি সম্পৰ্কে এটি প্ৰবন্ধ প্ৰস্তুত কৰক।

উত্তৰঃ


প্রশ্ন ২ : ৰমন্যাসিক কবিতাৰ প্ৰধান বৈশিষ্ট্যসমূহ উদাহৰণসহ বহলাই লিখক । প্রশ্ন ৩ : অসমীয়া ৰমন্যাসিক কবিতাৰ পটভূমি তথা বৈশিষ্ট্যসমূহৰ বিষয়ে এটি প্রবন্ধ লিখক।

উত্তৰঃ


প্রশ্ন ৪ : যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বৈশিষ্ট্য নিৰূপণ কৰক।

উত্তৰঃ


প্রশ্ন ৫ : আধুনিক কাব্যশৈলীৰ প্ৰধান বিশেষত্বসমূহ আলোচনা কৰি আপোনাৰ পাঠ্য কবিতাকেইটিও সেই বৈশিষ্ট্য কিমান দূৰ প্ৰতিফলিত হৈছে আলোচনা কৰি দেখুৱাওক । 

উত্তৰঃ

প্রশ্ন ৬ : ‘আধুনিক কবিতা জটিল সৃষ্টি' – এই উক্তিৰ সত্যাসত্য বিচাৰ কৰক।

উত্তৰ