নীলমণি ফুকন

অধ্য়ায়-১৫


বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক---

(ক) ভবেন বৰুৱাই প্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ


(খ) ‘ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত' কবিতাটিত ‘সূৰ্য্যাস্ত’ কিহৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক

ক) শূন্যতাৰ হাতৰপৰা সৰি পৰিল

দিনৰ হিন্ময় হৃদয়-পাত্র

উত্তৰঃ


খ) বুৰবুৰণিত বিৰিঙি উঠিল 

পাত্ৰৰ ৰক্তিম আধেয় 

মর্মন্তুদ তাৰ উজ্জ্বলতা 

মানুহৰ অন্তিম লালসাৰ 

কি প্রজ্জ্বলন !

উত্তৰঃ


ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : আধুনিক অসমীয়া কাব্য ধাৰাত নীলমণি ফুকনৰ স্থান নিৰ্ণয় কৰি এটি চমু নিবন্ধ যুগুত কৰক।

উত্তৰঃ


প্রশ্ন ২ : ‘ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত' কবিতাটিৰ আধাৰত নীলমণি ফুকনৰ কাব্য প্ৰতিভাৰ বিচাৰ কৰক ৷ 

উত্তৰঃ


প্রশ্ন ৩ঃ নীলমণি ফুকনৰ ‘ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত' কবিতাটিৰ বিষয়বস্তুৰ আভাস দি ইয়াত আধুনিকতাৰ কোনবোৰ বৈশিষ্ট্য প্ৰতিফলিত হৈছে –যথোপযুক্ত উদাহৰণ দাঙি ধৰি বিচাৰ কৰক ৷ 

উত্তৰঃ


প্রশ্ন ৪ : নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত' কবিতাত সাম্প্ৰতিক কালৰ কবিতাৰ কি কি বৈশিষ্ট্য প্ৰকাশিত হৈছে স্পষ্টভাৱে বিচাৰ কৰক।

উত্তৰঃ



Type By- Janmoni Hazarika