লক্ষ্মীনাথ বেজবৰুৱা

অধ্য়ায়-৮


বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাৰে প্ৰকাশ পোৱা বাঁহী নামৰ আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল ?

উত্তৰঃ 

(খ) লক্ষ্মীনাথ বেজবৰুৱাই লিখা জীৱনী কেইখনৰ নাম লিখক।

উত্তৰঃ


চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক

        ক) যদিহে গাইছ 

        নলৰ কাহিনী

                নাগাবি বৰাগী আৰু

       দময়ন্তী দুখে

      হিয়া ভাঙি নিব

                নালাগে অলপো বাৰু ৷

খ) শোকৰ সুৰটি 

    নুশুনিও নোৱাৰোঁ,

               বাঘ-মোৰে ধৰে মোক;

    আঁতৰি যাবৰ

    শকতি নাপাওঁ

            বেজাৰে পীড়িছে বুক ।

উত্তৰঃ


ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৃতিৰ চমু পৰিচয় দাঙি ধৰক ৷ 

উত্তৰঃ 


প্রশ্ন ২ : ‘বীণ-বৰাগী’ এটি দেশপ্রেমমূলক কবিতা • কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰক।

উত্তৰঃ


প্রশ্ন ৩ : ৰোমাণ্টিক কবিতা হিচাপে ‘বীণ-বৰাগী' কবিতাটি বিচাৰ কৰক ।

উত্তৰঃ 


Type By- Janmoni hazarika