দূৰৱৰ্ত্তী শিক্ষাত পাঠ্যসূচী মূল্যায়ন

অধ্যায়- ৬

ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : আপোনাৰ নিজৰ ভাষাত পাঠ্যসূচী মূল্যায়নৰ সংজ্ঞা দিয়ক।

উত্তৰঃ 

প্রশ্ন ২ : পাঠ্যসূচী মূল্যায়নৰ সংকীৰ্ণ আৰু বহল অৰ্থৰ মাজৰ প্ৰভেদ ব্যাখ্যা কৰক।

উত্তৰঃ 

প্রশ্ন ৩ঃ পৰীক্ষা, জোখ-মাখ, মূল্যাংকন আৰু মূল্যায়নৰ সংজ্ঞা দিয়ক। অভিধাবোৰৰ মাজত থকা প্রভেদবোৰ বৰ্ণনা কৰক।

উত্তৰঃ

প্রশ্ন ৪ : পাঠ্যসূচী মূল্যায়ন কৰাটো কিয় প্রয়োজনীয় ? আপোনাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শাওক। 

উত্তৰঃ 

 খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰ পাঠ্যসূচী মূল্যায়নৰ সৈতে জড়িত বিভিন্ন দিশ বহলাই ব্যাখ্যা কৰক।

উত্তৰঃ 

প্রশ্ন ২ : নির্দেশনামূলক সামগ্ৰী মূল্যায়নৰ পন্থাবোৰ আলোচনা কৰক ।

উত্তৰঃ 

প্রশ্ন ৩ : দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাত ব্যৱহৃত অধ্যয়ন সামগ্ৰীবোৰ কেনেধৰণৰ ? আলোচনা কৰক । 

উত্তৰঃ




Question Type By- Parina Hazarika