শিক্ষাৰ্থীৰ সহায়কাৰী সমল

অধ্যায়- ২
(ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দৰ ভিতৰত লিখক)
প্রশ্ন ১ : পৰামৰ্শদান কি?
উত্তৰঃ 

প্রশ্ন ২ : শিক্ষার্থী সহায়কাৰী সমল বুলিলে আপুনি কি বুজে?
উত্তৰঃ

প্রশ্ন ৩ : “পুথিভঁৰাল মোনা সেৱা”ৰ অৰ্থ কি?
উত্তৰঃ

(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 
প্রশ্ন নং ১ : সংযোগবাদ বুলিলে কি বুজে? ব্যাখ্যা কৰক। 
উত্তৰঃ 

প্রশ্ন নং ২ঃ পৰম্পৰাগত অনুবন্ধন তত্ত্বটো কোনে আৱিষ্কাৰ কৰিছিল? এই তত্ত্বটোৰ মৌলিক ধাৰণা কি আছিল ?
উত্তৰঃ

প্রশ্ন নং ৩ ঃ সংযোগবাদ তত্ত্বৰ শৈক্ষিক তাৎপর্য কি? ব্যাখ্যা কৰক ।
উত্তৰঃ 

প্রশ্ন নং ৪ : আচৰণবাদী তত্ত্ব বুলিলে কি বুজে? এই দিশৰ সীমাবদ্ধতাসমূহ কি কি? 
উত্তৰঃ 

প্রশ্ন নং ৫ : অন্তদর্শন শিকন বুলিলে কি বুজে ? সংজ্ঞানাত্মক শিকনৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ
 
(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 
প্রশ্ন নং ১ ঃ সংযোগবাদ তত্ত্বটো ব্যাখ্যা কৰক। ইয়াৰ সীমাবদ্ধতাসমূহ আলোচনা কৰক ।
উত্তৰঃ 

প্রশ্ন নং ২ : পৰম্পৰাগত আৰু কাৰ্য্যাত্মক অনুবন্ধনবাদৰ মাজত কি কি পার্থক্য আছে?
উত্তৰঃ 

প্রশ্ন নং ৩ ঃ শিক্ষাতত্ত্বত স্কিনাৰৰ বৰঙনিসমূহ ব্যাখ্যা কৰক।
উত্তৰঃ 

প্রশ্ন নং ৪ : অন্তদর্শন শিকন মানে কি? উদাহৰণসহ শ্ৰেণীকোঠাত ইয়াৰ প্ৰয়োগ ব্যাখ্যা কৰক। 
উত্তৰঃ



Question Type By- Parina Hazarika