দূৰৱৰ্ত্তী শিক্ষাৰ অধ্য়য়নৰ কৌশলসমূহ

অধ্যায়- ৪


(ক) চুটি প্রশ্ন ( ১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক ) প্রশ্ন ১ : দূৰৱৰ্ত্তী শিকনৰ ক্ষেত্ৰত অধ্যয়ন কৌশলৰ গুৰুত্ব সম্পৰ্কে লিখক।

উত্তৰঃ

প্রশ্ন ২ : দূৰৱৰ্ত্তী শিক্ষাৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যবিষয় দাঙি ধৰা কিয় প্ৰয়োজনীয় ? উত্তৰঃ

প্রশ্ন ৩ : সময় পৰিচালনা কৌশল কাক বোলে ?

উত্তৰঃ প্রশ্ন ৪ : ফলপ্রসু লিখন কেনেদৰে সম্ভৱ? চমুকৈ লিখক।

উত্তৰঃ (খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : ‘ফলপ্ৰসু শিকনৰ বাবে ফলপ্ৰসু শ্ৰৱণ প্রয়োজনীয়।' ব্যাখ্যা কৰক ।

উত্তৰঃ প্রশ্ন ২ : SQW5R পদ্ধতিৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পর্কে ব্যাখ্যা কৰক।

উত্তৰঃ প্রশ্ন ৩ঃ কেনেকৈ আপুনি আপোনাৰ যোগাযোগৰ কৌশলৰ বিকাশ কৰিব? ব্যাখ্যা কৰক।

উত্তৰঃ প্রশ্ন ৪ : দূৰৱৰ্ত্তী শিক্ষাৰ পাঠ্যক্ৰমে শিক্ষাৰ্থীক স্ব-শিকন কৌশল বিকাশৰ ক্ষেত্ৰত সহায় কৰে ৷ স্ব-শিকন পাঠ্যক্রমে শিক্ষাৰ্থীৰ অধ্যয়নত কেনেদৰে সহায় কৰে?

উত্তৰঃ প্রশ্ন ৫ : ফলপ্ৰসু শিক্ষণ-শিকনৰ কৌশলৰ বিভিন্ন দিশবোৰৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ



Question Type By- Parina Hazarika