মুক্ত আৰু দূৰৱৰ্ত্তী শিকন ব্যৱস্থাত মূল্যায়ন

অধ্যায়- ১১

(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক ) প্রশ্ন ১ : মূল্যায়ন আৰু মূল্যাংকনৰ অৰ্থ কি?

উত্তৰঃ প্রশ্ন ২ : মূল্যায়ন আৰু মূল্যাংকনৰ প্ৰভেদবোৰ উল্লেখ কৰক ।

উত্তৰঃ প্রশ্ন ৩ : পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ মূল্যায়ন আৰু মুক্ত তথা দূৰৱৰ্ত্তী শিকন ব্যৱস্থাৰ মূল্যায়নৰ মাজত পাৰ্থক্য আছে নেকি ? আপোনাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শাওক।

উত্তৰঃ প্রশ্ন ৪ : চমুটোকা লিখক - (ক) গঠনমূলক আৰু মুঠ ফল নির্ণায়ক মূল্যাংকন

উত্তৰঃ (খ) বছৰেকীয়া পৰীক্ষা

উত্তৰঃ (গ) নম্বৰ প্ৰদান আৰু গ্রেডিং ব্যৱস্থা

উত্তৰঃ (ঘ) বস্তুনিষ্ঠ প্ৰকাৰৰ প্ৰশ্ন

উত্তৰঃ

(ঙ)অনলাইন এচেছমেন্ট

উত্তৰঃ

(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক )

প্রশ্ন ১ : মুক্ত আৰু দূৰৱৰ্ত্তী শিকন ব্যৱস্থাত মূল্যায়ন কিয় প্ৰয়োজনীয় ? মুক্ত আৰু দূৰৱৰ্ত্তী ব্যৱস্থাত মূল্যায়নৰ উদ্দেশ্য সমূহৰ বিষয়ে আলোচনা কৰক ৷

উত্তৰঃ প্রশ্ন ২ : মুক্ত আৰু দূৰৱৰ্ত্তী শিকন ব্যৱস্থাত স্ব-মূল্যায়ন অতি গুৰুত্বপূৰ্ণ – ব্যাখ্যা কৰক।

উত্তৰঃ প্রশ্ন ৩ : মুক্ত আৰু দূৰৱৰ্ত্তী শিকন ব্যৱস্থাত অবিৰত মূল্যায়ন কেনেদৰে কৰা হয়? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰক ।

উত্তৰঃ প্রশ্ন ৪ : শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰিবলৈ মুক্ত আৰু দুৰৱৰ্ত্তী শিকন ব্যৱস্থাত কেনে প্ৰকাৰৰ প্ৰশ্ন ব্যৱহাৰ কৰা হয় ? আলোচনা কৰক।

উত্তৰঃ


Question Type By- Parina Hazarika