মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষা (ODE)ত থকা প্ৰত্যাহ্বানসমূহ

অধ্যায়- ১৪

(ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ইংৰাজী ODE অভিধাটোৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ

প্রশ্ন ২ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ সৈতে জড়িত পক্ষ তিনিটা কি কি?

উত্তৰঃ

প্রশ্ন ৩ : এটা মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ অনুষ্ঠানে মুখামুখি হোৱা কেইটামান সাধাৰণ প্ৰত্যাহ্বান আৰু সমস্যাৰ এখন তালিকা প্ৰস্তুত কৰক ।

উত্তৰঃ

প্রশ্ন ৪ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীসকলে অনুভৱ কৰি বিচ্ছিন্নতা নাইবা প্রান্ত্যকৰণৰ সমস্যাটো কেনেদৰে সমাধান নাইবা হ্ৰাস কৰিব পৰা যায় বুলি আপুনি ভাবে?

উত্তৰঃ

প্রশ্ন ৫ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ অনুষ্ঠানবোৰ নিয়মীয়াকৈ মূল্যায়ন কৰাটো কিয় প্রয়োজনীয় ?সাধাৰণভাৱে শৈক্ষিক অনুষ্ঠানৰ পুনৰীক্ষণ তথা মূল্যায়ন কার্যত জড়িত কেইটামান সংগঠনৰ নাম উল্লেখ কৰক ।

উত্তৰঃ

(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ অনুষ্ঠানবোৰে সততে মুখামুখি হোৱা প্ৰত্যাহ্বানবোৰৰ বিষয়ে আলোচনা কৰক ।

উত্তৰঃ

প্রশ্ন ২ : ভাৰতৰ দৰে দেশত মুক্ত বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাবোৰ বৰ্ণনা কৰক।

উত্তৰঃ

প্রশ্ন ৩ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ অনুষ্ঠানবোৰৰ শিক্ষকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ কি কি? এই প্রত্যাহ্বানবোৰ কেনেদৰে আঁতৰ কৰিব পৰা যায় বুলি আপুনি ভাবে? বহলাই আলোচনা কৰক ।

উত্তৰঃ

প্রশ্ন ৪ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ অনুষ্ঠানবোৰে নিজেই বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলগীয়া হৈছে বুলি আপুনি ভাবেনে? বহলাই আলোচনা কৰক ।

উত্তৰঃ

প্রশ্ন ৫ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰা সমস্যাবোৰ আঁতৰোৱাৰ সময়ত ল'বলগীয়া গুৰুত্বপূৰ্ণ ব্যৱস্থা কেইটামানৰ বিষয়ে বহলাই আলোচনা কৰক ৷

উত্তৰঃ

প্রশ্ন ৬ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থী আৰু শিক্ষক তথা দুগৰাকী শিক্ষাৰ্থীৰ পৰস্পৰৰ মাজত সংযোগ স্থাপন কৰাটো সদায়েই এক সমস্যা বুলি আপুনি ভাবেনে ? আলোচনা কৰক ৷

উত্তৰঃ



Question Type By- Parina Hazarika