শিক্ষণত শ্ৰৱণ দৰ্শন আহিলা 

অধ্যায়- ৯

ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ : শ্ৰৱণ-দৰ্শন সঁজুলি মানে কি বুজে ?

উত্তৰঃ

প্রশ্ন ২ : শিক্ষণত শ্ৰৱণ-দৰ্শন আহিলাসমূহৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা কিয়, বৰ্ণনা কৰক ।

উত্তৰঃ

প্রশ্ন ৩ : ভাল শিক্ষণত দৃশ্য-শ্ৰাৱ্য সজুঁলিৰ ব্যৱহাৰৰ প্ৰাংসগিকতাৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ

খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : শ্ৰৱণ-দৰ্শন সঁজুলিসমূহ কি কি? শিক্ষণত সেইবিলাক কেনেকৈ উপযোগী?

উত্তৰঃ

প্রশ্ন ২ : শিক্ষণত শ্ৰৱণ-দৰ্শন আহিলাসমূহ কেনেকৈ ফলৱতী কৰিব পাৰি?

উত্তৰঃ

প্রশ্ন ৩ঃ আধুনিক শিক্ষাত শ্ৰৱণ-দৰ্শন আহিলাৰ সীমাবদ্ধতাৰ বিষয়ে আলোচনা কৰক ৷

উত্তৰঃ



Question Type By- Parina Hazarika