স্ব-শিকন সামগ্ৰী

অধ্যায়- ৩

(ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক ) 

প্রশ্ন ১ : স্ব-শিকন সামগ্রী (SLM) মানে কি?

উত্তৰঃ 

প্রশ্ন ২ : এটা মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ অনুষ্ঠানে আৰম্ভ কৰা শৈক্ষিক কাৰ্যসূচী এটা আগবঢ়াই নিয়াত স্ব-শিকন সামগ্রী কিয় প্রয়োজনীয় ?

উত্তৰঃ

প্রশ্ন ৩ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাত ‘কাৰ্যসূচী' বুলিলে কি বুজায় ? 

উত্তৰঃ

প্রশ্ন ৪ : স্ব-শিকন সামগ্ৰীৰ 'খণ্ড' বোলা ধাৰণাটোৰ ব্যাখ্যা আগবঢ়াওক । 

উত্তৰঃ 

প্রশ্ন ৫ : স্ব-শিকন সামগ্ৰীৰ 'অধ্যায়' এটাৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰক । 

উত্তৰঃ 

প্রশ্ন ৬ঃ ক্রেডিট মানে কি? 

উত্তৰঃ 

(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : স্ব-শিকন সামগ্ৰীৰ কেইটামান প্ৰকৃতি/বৈশিষ্ট্য ব্যাখ্যা কৰক।

উত্তৰঃ 

প্রশ্ন ২ : স্ব-শিকন সামগ্ৰী আৰু পাঠ্যপুথিৰ মাজৰ প্ৰভেদ নিৰ্ণয় কৰক।

উত্তৰঃ 

প্রশ্ন ৩ : স্ব-শিকন সামগ্ৰীৰ মৌলিক বৈশিষ্ট্য কেইটামান উল্লেখ কৰক ।

উত্তৰঃ 

প্রশ্ন ৪ : মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাত থকা ক্রেডিট পদ্ধতিটো ব্যাখ্যা কৰক । 

উত্তৰঃ 

(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰ উত্তৰ লিখক) 

প্রশ্ন ১ : স্ব-শিকন সামগ্ৰীৰ প্ৰকাৰবোৰ কি কি? বিভিন্ন প্ৰকাৰৰ স্ব-শিকন সামগ্ৰীৰ প্ৰকৃতি ব্যাখ্যা কৰক।

উত্তৰঃ 

প্রশ্ন ২ : স্ব-শিকন সামগ্ৰীৰ প্ৰয়োজনীয়তা আৰু বৈশিষ্ট্য আলোচনা কৰক। 

উত্তৰঃ 

প্রশ্ন ৩ : ‘স্ব-শিকন সামগ্ৰীৰ অধ্যায় এটাৰ বিকাশৰ বাবে এটা সুনির্দিষ্ট গাঁথনি আৰু আৰ্হি আছে' –স্ব-শিকন সামগ্ৰীৰ অধ্যায় এটাৰ আৰ্হি আৰু গাঁথনি সম্পর্কে আলোচনা কৰক। 

উত্তৰঃ




Question Type By- Parina Hazarika