শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত দূৰৱৰ্ত্তী শিক্ষাৰ ভূমিকা

অধ্যায়- ৯

(ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : শিক্ষকৰ শিক্ষাৰ সংজ্ঞা দিয়ক।

উত্তৰঃ

প্রশ্ন ২ : SCERTৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ প্রশ্ন ৩ : DIETৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ

প্রশ্ন ৪ : NCTE কোন চনত গঠন কৰা হৈছিল ?

উত্তৰঃ

প্রশ্ন ৫ : NCTE এ অনুমোদন জনোৱা দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে চলাই থকা B.Ed.ডিগ্ৰীৰ সময়সীমা কিমান ?

উত্তৰঃ

(খ) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক ) প্রশ্ন ১ : শিক্ষকৰ শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰক ।

উত্তৰঃ

প্রশ্ন ২ : দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে আগবঢ়োৱা শিক্ষকৰ প্ৰশিক্ষণ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰক।

উত্তৰঃ

প্রশ্ন ৩ঃ NCTEএ অনুমোদন জনোৱা B.Ed. কাৰ্যসূচীৰ মূল্যায়ন প্ৰক্ৰিয়াটোৰ বিষয়ে এটি টোকা লিখক ।

উত্তৰঃ

প্রশ্ন ৪ : NCTEএ অনুমোদন জনোৱা D.El.Ed. কাৰ্যসূচীখনৰ ৰূপায়ণ প্ৰক্ৰিয়াটোৰ বিষয়ে এটি টোকা লিখক।

উত্তৰঃ

(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে প্ৰদান কৰা শিক্ষকৰ প্ৰশিক্ষণ সম্পর্কে এখন ৰচনা লিখক ।

উত্তৰঃ প্রশ্ন ২ : দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে NCTEএ আগবঢ়োৱা D.EL.Ed. কাৰ্যসূচীটোৰ বিষয়ে আলোচনা কৰক ।

উত্তৰঃ প্রশ্ন ৩ : দূৰৱৰ্ত্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে NCTEএ আগবঢ়োৱা B.Ed. কাৰ্যসূচীটোৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ



Question Type By- Parina Hazarika