দূৰৱৰ্ত্তী শিক্ষা আৰু গ্ৰামীন বিকাশ

অধ্যায়- ৮ 

ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : সবলীকৰণৰ ধাৰণা ব্যাখ্যা কৰক ।

উত্তৰঃ

প্রশ্ন ২ : মহিলা সবলীকৰণৰ অৰ্থ কি?

উত্তৰঃ

প্রশ্ন ৩ : দূৰৱৰ্ত্তী শিক্ষা বুলিলে কি বুজে?

উত্তৰঃ প্রশ্ন ৪ : গ্রাম্য অঞ্চল আৰু নগৰ অঞ্চলৰ মাজৰ পাৰ্থক্য কিদৰে দেখুৱাব? উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : গ্রাম্য বিকাশৰ বিষয়ে চমুটোকা লিখক।

উত্তৰঃ প্রশ্ন ২ : গ্রাম্য বিকাশ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত কেনে ধৰণৰ পাঠ্যক্ৰমৰ আৰম্ভনি কৰিব পাৰি?

উত্তৰঃ প্রশ্ন ৩ : মহিলা সবলীকৰণৰ ক্ষেত্ৰত মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ দ্বাৰা প্ৰচলিত প্ৰশিক্ষণ কিদৰে উপযোগী?

উত্তৰঃ গ) ৰচনাধর্মী প্রশ্ন (৩০০ - ৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ : মহিলা সবলীকৰণৰ বিষয়ে ব্যাখ্যা কৰক আৰু ভাৰতীয় অৰ্থনীতিত ই কিদৰে অৰিহনা যোগাব পাৰে?

উত্তৰঃ প্রশ্ন ২ : এখন ৰাজ্যৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা ব্যাখ্যা কৰক ৷

উত্তৰঃ প্রশ্ন ৩ : মহিলা সবলীকৰণ আৰু গ্ৰাম্য বিকাশৰ ক্ষেত্ৰত মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ অনুষ্ঠানসমূহে আগবঢ়োৱা বিভিন্ন পাঠ্যক্ৰমৰ ওপৰত আপোনাৰ মতামত কি ? মহিলা সবলীকৰণৰ দিশত থকা প্ৰধান অন্তৰায় সমূহ কি কি আৰু দূৰৱৰ্ত্তী শিক্ষাই কিদৰে এনেবোৰ সমস্যা আঁতৰাব পাৰে?

উত্তৰঃ প্রশ্ন ৪ : গ্রাম্য বিকাশৰ সৈতে মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষা কিদৰে জড়িত বাখ্যা কৰক ।

উত্তৰঃ



Question Type By- Parina Hazarika