দূৰৱৰ্ত্তী শিক্ষাৰ গুণগত আশ্বাস

অধ্যায়- ১০

(ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দৰ ভিতৰত লিখক)

প্রশ্ন নং ১ : গুণমান বুলিলে কি বুজে?

উত্তৰঃ প্রশ্ন নং ২ : শিক্ষাত গুণমান মানে আপুনি কি বুজে ?

উত্তৰঃ প্রশ্ন নং ৩ : দূৰৱৰ্ত্তী শিক্ষাৰ গুৰুত্বতা কি?

উত্তৰঃ প্রশ্ন নং ৪ : ভাৰতবৰ্ষৰ উচ্চশিক্ষাৰ বৰ্তমান অৱস্থা কেনেধৰণৰ ?

উত্তৰঃ (খ) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন নং ১ : আমি কিয় মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষন অনুষ্ঠানত 'আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কেন্দ্ৰ” গুণমান নিশ্চিতকৰণৰ বাবে গুৰুত্বপূৰ্ণ বুলি ভাবো ?

উত্তৰঃ প্রশ্ন নং ২ : এখন দেশৰ 'জ্ঞান অর্থনীতি' তৈয়াৰ কৰাৰ বাবে গুণমানৰ শিক্ষা কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ প্রশ্ন নং ৩ : এখন ৰাষ্ট্ৰৰ মানৱসম্পদ বিকাশৰ ক্ষেত্ৰত গুণমানৰ শিক্ষা কেনেদৰে জড়িত?

উত্তৰঃ (গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক প্রশ্ন নং ১ : এখন অনুষ্ঠানৰ গুণমানৰ উন্নতি সাধন কৰিব পাৰি বুলি আপুনি ভাবে নেকি? যদি ভাবে তাৰবাবে কি পৰামৰ্শ আগবঢ়াব ?

উত্তৰঃ প্রশ্ন নং ২ ঃ শিক্ষাত গুণমান বিশেষকৈ মুক্ত আৰু দূৰৱৰ্ত্তী শিক্ষাৰ ধৰণত নিশ্চিত কৰাৰ বাবে কি কি উপায় আৰু পথ আছে আলোচনা কৰক।

উত্তৰঃ



Question Type By- Parina Hazarika