ভাৰতীয় সংবিধানৰ দৰ্শন আৰু আদৰ্শসমূহ

অধ্যায় ৪

ক) বস্তুধৰ্মী প্ৰশ্ন-

প্ৰশ্ন ১ঃ ভাৰতীয় সংবিধানত সন্নিবিষ্ট 'Union of India' নামৰ বাক্যাংশ কোনখন সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে ?

উত্তৰ-

প্ৰশ্ন ২ঃ ভাৰতবৰ্ষত কৰ্তৃত্বৰ সৰ্বোচ্চ ক্ষমতা কাৰ ওপৰত আৰোপিত ?

উত্তৰ-

খ) চুটি প্ৰশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ ভাৰতীয় সংবিধানৰ যিকোনো দুটা উৎস উল্লেখ কৰক ?

উত্তৰ-

প্ৰশ্ন ২ঃ ন্যায় আৰু স্বাধীনতা ভাৰতীয় সংবিধানৰ আদৰ্শ হিচাপে আলোচনা কৰক ?

উত্তৰ-

প্ৰশ্ন ৩ঃ ভাৰত চৰকাৰ আইন, ১৯৩৫ৰ বিষয়ে লিখক ।

উত্তৰ-

গ) ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট দৰ্শন আৰু আদৰ্শসমূহৰ বিষয়ে আলোচনা কৰক ।

উত্তৰ-

প্ৰশ্ন ২ঃ ভাৰতীয় সংবিধানৰ প্ৰধান উৎসসমূহৰ বিষয়ে ব্যাখ্যা কৰক ।

উত্তৰ-


Question Type By- Himadree Bora