ভাৰতীয় ৰাজনৈতিক ব্য়ৱস্থাৰ পৰম্পৰা 

অধ্যায় ১



ক) বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ ____________ শিক্ষাৰ ফলত ভাৰতীয়সকলে স্বাধীনতা, সমতা, ন্যায়, গণতন্ত্ৰ আদি আধুনিক উদাহৰণসমূহৰ লগত পৰিচিত কৰে । (খালী ঠাই পূৰ কৰা )

উত্তৰ-


প্ৰশ্ন ২ঃ বৃটিছসকলে এক স্তৰবদ্ধ শাসন ব্যৱস্থা সৃষ্টি কৰিছিল । ( শুদ্ধ / অশুদ্ধ )

উত্তৰ-


প্ৰশ্ন ৩ঃ গান্ধীৰ জাতিভেদ দূৰীকৰণৰ আহ্বান মৌলিক অধিকাৰ সমূহত অন্তৰ্ভূক্ত  ____________ অধিকাৰ সন্নিবিষ্ট হৈ আছে । ( খালী ঠাই পূৰ কৰা )

উত্তৰ-


খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ যিকোনো এটা ঔপনিবেশিক পৰম্পৰা আৰু যিকোনো এটা স্বাধীনতা আন্দোলনৰ পৰম্পৰা উল্লেখ কৰক ।

উত্তৰ-

প্রশ্ন ২ঃ ঔপনিবেশিক পৰম্পৰা হিচাপে ইংৰাজী মাধ্যমত পশিচমীয়া শিক্ষা আৰু ইয়াৰ ব্যৱস্থাৰ বিষয়ে এক চমু টোকা লিখক ৷

উত্তৰ-

প্রশ্ন ৩ঃ স্বাধীনতা আন্দোনৰ এক পৰম্পৰা হিচাপে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ বিষয়ে এক চমু টোকা লিখক।

উত্তৰ-

গ) ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ যিকোনো চাৰিটা ঔপনিবেশিক পৰম্পাৰাৰ বিষয়ে আলোচনা কৰক ।

উত্তৰ-

প্রশ্ন ২ঃ যিকোনো চাৰিটা স্বাধীনতা আন্দোলনৰ পৰম্পৰাৰ বিষয়ে আলোচনা কৰক।

উত্তৰ-


Question Type By- Himadree Bora