ভাৰতৰ সংবিধান প্ৰনয়ন

অধ্যায় ৩


(ক) বস্তুধৰ্মী প্ৰশ্ন-

প্ৰশ্ন ১ঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বোম্বে অধিবেশন কোন চনত অনুষ্ঠিত হৈছিল ?

উত্তৰ-

প্ৰশ্ন ২ঃ সংবিধান সভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল ?

উত্তৰ-

প্ৰশ্ন ৩ঃ খচৰা কমিটিৰ দুজন সদস্যৰ নাম উল্লেখ কৰক ?

উত্তৰ-

(খ) চুটি প্ৰশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ সংবিধানৰ সক্ষ্য উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখক ?

উত্তৰ-

প্ৰশ্ন ২ঃ সংবিধান সভাৰ গঠন সম্পৰ্কে চমুকৈ লিখক ?

উত্তৰ-

(গ) ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ ভাৰতৰ সংবিধানৰ আৰ্হি নিৰ্মাণত খচৰা কমিটিৰ ভূমিকা আলোচনা কৰক ?

উত্তৰ-

প্ৰশ্ন ২ঃ ভাৰতৰ সংবিধানৰ গ্ৰহণ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা আগবঢ়োৱাওক ?

উত্তৰ-


Question Type By- Himadree Bora