ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ পুনৰ গঠন

অধ্যায় ১৩


ক) বস্তুধৰ্মী প্ৰশ্ন

১ নং প্ৰশ্নঃ কোন চনত ৰাজ্য পুনৰ গঠন আয়োগ প্ৰতিস্থা কৰা হৈছিল ?

উত্তৰ-

২ নং প্ৰশ্নঃ তেলেংগানা ৰাজ্য কোন চনত গঠন কৰা হৈছিল ?

উত্তৰ-

৩ নং প্ৰশ্নঃ সংবিধানৰ কোনটো দফা ভাৰতৰ ৰাজ্যসমূহৰ পুনৰ গঠনৰ লগত জড়িত ?

উত্তৰ-

খ) চুটি প্ৰশ্ন ( ১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক )

১ নং প্ৰশ্নঃ ১৯৫৬ চনৰ ৰাজ্য পুনৰ গঠন আইনৰ বিষয়ে চমুটোকা লিখক ।

উত্তৰ-

২ নং প্ৰশ্নঃ ভাৰতৰ ৰাজ্যসমূহৰ পুনৰ গঠনৰ কাৰণে ভাৰতৰ সংবিধানে আগবঢ়োৱা নীতিসমূহ চমুকৈ আলোচনা কৰক ।

উত্তৰ-

৩ নং প্ৰশ্নঃ ৰাজ্য পুনৰ গঠন আয়োগৰ বিষয়ে চমুটোকা লিখক

উত্তৰ-

গ) ৰচনাধৰ্মী প্ৰশ্ন ( ৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক )

১ নং প্ৰশ্নঃ ভাৰতৰ ৰাজ্যসমূহৰ চাৰিসীমা সালসলনি আৰু নতুন ৰাজ্য গঠন প্ৰক্ৰিয়াটো আৰু ইয়াৰ পৃষ্ঠভূমি সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰক ।

উত্তৰ-

২ নং প্ৰশ্নঃ নতুন ৰাজ্য গঠন আৰু চাৰিসীমা সালসলনিৰ কাৰণে ভাৰতত গ্ৰহণ কৰা বিভিন্ন আইনী ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰক ?

উত্তৰ-



Question Type By- Himadree Bora