ভাৰতত সংসদীয় গণতন্ত্ৰ

অধ্যায় ১৫


ক) বস্তুধৰ্মী প্ৰশ্ন-

প্ৰশ্ন ১ঃ ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনৰ দ্বাৰা বিভাজিত বিষয়ৰ শ্ৰেণী দুটা কি কি ?

উত্তৰ-

প্ৰশ্ন ২ঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত কেন্দ্ৰীয় ভাৱে গঠিত বিধান সভা দুখনৰ নাম কি ?

উত্তৰ-

প্ৰশ্ন ৩ঃ কোন চনত প্ৰথম সাধাৰণ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ?

উত্তৰ-

প্ৰশ্ন ৪ঃ ভাৰতত সংসদীয় গণতন্ত্ৰ সফল কৰি তোলাত অৱদান আগবঢ়োৱা যিকোনো দুটা কাৰক উল্লেখ কৰক ।

উত্তৰ-

খ) চুটি প্ৰশ্ন ( ১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক )

প্ৰশ্ন ১ঃ ভাৰতত সংসদীয় পদ্ধতিৰে ৰাজনৈতিক ব্যৱস্থাৰ সূচনাকাৰী ১৮৯২ চনৰ ভাৰতীয় পৰিষদ আইনখনৰ বিষয়ে চমুকৈ লিখক ।

উত্তৰ-

প্ৰশ্ন ২ঃ ভাৰতত সংসদীয় গণতন্ত্ৰৰ আধাৰ হিচাপে সংবিধানৰ ভূমিকা ব্যাখ্যা কৰক ।

উত্তৰ-

প্ৰশ্ন ৩ঃ ভাৰতত সংসদীয় গণতন্ত্ৰৰ ফলপ্ৰসূ কাৰ্যৰূপায়নত বাধাৰ সৃষ্টি কৰা কাৰকবোৰৰ বিষয়ে আলোচনা কৰক ।

উত্তৰ-

প্ৰশ্ন ৪ঃ ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনখনৰ বিষয়ে চমুকৈ লিখক ।

উত্তৰ-

গ) ৰচনাধৰ্মী প্ৰশ্নঃ (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক )

প্ৰশ্ন ১ঃ ভাৰতত সংসদীয় চৰকাৰৰ পৃষ্ঠ ভূমি সম্পৰ্কে আলোচনা কৰক ।

উত্তৰ-

প্ৰশ্ন ২ঃ ১৯৫১-৫২ চনৰ পৰা বৰ্তমানলৈকে ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ ইতিহাস বৰ্ণনা কৰক ।

উত্তৰ-

প্ৰশ্ন ৩ঃ ভাৰতত সংসদীয় গণতন্ত্ৰৰ সফলতাৰ অৰিহণা আগবঢ়োৱা কাৰকসমূহ ব্যাখ্যা কৰক ।

উত্তৰ-


Question Type By- Himadree Bora