ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ

অধ্যায় ৫

ক) বস্তুধর্মী প্রশ্ন প্রশ্ন ১ঃ কোনটো সংশোধনী আইনৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা হৈছে।

উত্তৰ- প্রশ্ন ২ঃ ৰাষ্ট্ৰ পৰিচালানাৰ নিৰ্দেশাত্মক নীতিসমূহৰ শ্ৰেণীবিভাগ উল্লেখ কৰক।

উত্তৰ- প্রশ্ন ৩ঃ ভাৰতীয় সংবিধানখনৰ অনুসূচীৰ সংখ্যা কিমান ?

উত্তৰ- প্রশ্ন ৪ঃ ভাৰতীয় সংবিধানৰ যিকোনো দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰক।

উত্তৰ- খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) প্রশ্ন ১ঃ মৌলিক কৰ্তব্য আৰু ধৰ্মনিৰ পেক্ষতা ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য হিচবে ব্যাখ্যা কৰক।

উত্তৰ- প্রশ্ন ২ঃ ভাৰতীয় সংবিধানখন কিয় যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক বৈশিষ্ট্যসমূহৰ সংমিশ্ৰণ বোলা হয় ?

উত্তৰ- গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ঃ ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য সমূহ আলোচনা কৰক ।

উত্তৰ-


Question Type By- Himadree Bora