শিক্ষা আৰু অৰ্থনৈতিক বিকাশ

অধ্যায় ২

(ক) চুটি প্রশ্নঃ (১৫০ টা শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : অর্থনৈতিক বিকাশ বুলিলে কি বুজে ?

উত্তৰঃ প্রশ্ন ২ : শিক্ষা বিকাশৰ উন্নতিকৰণৰ ফলাফল আপুনি কি দৰে নিৰ্ধাৰণ কৰিব ?

উত্তৰঃ প্রশ্ন ৩ : সাধাৰণ সাক্ষৰতা হাৰ মানে কি ?

উত্তৰঃ প্রশ্ন ৪ : মানব সম্পদ গঠন মানে কি বুজে?

উত্তৰঃ প্রশ্ন ৫ : মানব শক্তি পৰিকল্পনাৰ অৰ্থৰ বিষয়ে বৰ্ণনা কৰক।

উত্তৰঃ প্রশ্ন ৬ : শিক্ষাৰ ব্যয় মানে কি?

উত্তৰঃ প্রশ্ন ৭ : শিক্ষাৰ লাভ লাভ বুলিলে কি বুজে ?

উত্তৰঃ (খ) ৰচনাধর্মী প্রশ্ন ঃ (৩০০-৫০০ টা শব্দৰ ভিতৰত লিখক) প্রশ্ন ১ : শিক্ষাৰ বিকাশ আৰু অৰ্থনৈতিক বিকাশৰ মাজত সম্পৰ্কৰ বিষয়ে আপুনি কিদৰে বাখ্যা কৰিব? উদাহৰণ সহ বুজাই লিখক।

উত্তৰঃ প্রশ্ন ২ : মানব সম্পদ গঠনত শিক্ষাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ প্রশ্ন ৩ : মানব শক্তিৰ পৰিকল্পনা মানে কি বুজে? মানব শক্তি পৰিকল্পনাৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা সম্পর্কে আলোচনা কৰক।

উত্তৰঃ


Question Type By - Parina Hazarika