বুনিয়াদী শিক্ষাৰ ৱাৰ্ধা আঁচনি ১৯৩৭

অধ্য়ায় ১৩


ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : সর্বজনীন শিক্ষাৰ বাবে বুনিয়াদী শিক্ষাৰ গুৰুত্ব কি?

উত্তৰঃ


প্রশ্ন ২ : বাধা শিক্ষা সন্মিলনৰ উদ্দেশ্য কি আছিল? ইয়াৰ প্ৰস্তাৱসমূহ কি আছিল?

উত্তৰঃ


প্রশ্ন ৩ : ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত জাকিৰ হুছেইন কমিটীৰ প্ৰধান উদ্দেশ্যসমূহৰ বিষয়ে বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন ৪ : বুনিয়াদী শিক্ষা কি? এই শিক্ষাই ভাৰতীয় মানুহৰ কিমান দূৰ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণ কৰিছে?

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : বুনিয়াদী শিক্ষাৰ মূল নীতি সমূহ কি কি? আপুনি ভাবে নেকি আঁচনিখন সম্পূৰ্ণৰূপে অকৃতকাৰ্য হৈছে? যুক্তি দর্শাওক।

উত্তৰঃ


প্রশ্ন ২ : বুনিয়াদী শিক্ষাৰ সুবিধাসমূহ আৰু অসুবিধাসমূহ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ৩ : বুনিয়াদী শিক্ষাৰ সাধাৰণ বৈশিষ্ট্য সমূহৰ বিষয়ে উল্লেখ কৰক। এই শিক্ষা ব্যৱস্থাৰ প্রধান দূর্বলতা সমূহ কি কি?

উত্তৰঃ


প্রশ্ন ৪ : বুনিয়াদী শিক্ষাৰ স্বৰূপ আৰু গঠন প্ৰক্ৰিয়া বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন ৫ : বুনিয়াদী শিক্ষাৰ আদৰ্শ সমূহ কি কি? ভাৰতবৰ্ষত এই শিক্ষা ব্যৱস্থা ব্যৱহাৰৰ ক্ষেত্ৰত কিমানদূৰ সফল হৈছিল?

উত্তৰঃ


প্রশ্ন ৬ : ভাৰতবৰ্ষত বুনিয়াদী শিক্ষা কিয় অকৃতকার্য হ'ল? বর্তমান ইয়াৰ প্ৰয়োগৰ প্রয়োজনীয়তা আছেনে ?

উত্তৰঃ



Question Type By- Mayur Rani Kashyap