শিক্ষা - অৰ্থনীতি
অধ্যায় - ১

১.১০ আৰ্হি প্ৰশ্ন

ক) চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ ঃ শিক্ষা অৰ্থনীতি বুলিলে কি বুজে ?

উত্তৰঃ

প্ৰশ্ন ২ ঃ মাচুল বুলিলে কি বুজে ? আৰু শিক্ষাত মাচুলৰ প্ৰয়োজনীতা কি ?

উত্তৰঃ

প্ৰশ্ন ৩ ঃ প্ৰত্যক্ষ ব্যয় বুলিলে কি বুজে ?

উত্তৰঃ

প্ৰশ্ন ৪ ঃ পৰোক্ষ ব্যয় বুলিলে কি বুজে ?

উত্তৰঃ

প্ৰশ্ন ৫ ঃ শিক্ষাত ৰাজহ বা খাজনাৰ উৎসবোৰ কি কি ?

(খ)ৰচনা ধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ ঃ শিক্ষা খণ্ডত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা সংস্থাবোৰ কি কি ? উদাহৰণৰে সৈতে ব্যাখ্যা কৰক ।

উত্তৰঃ 

প্ৰশ্ন ২ ঃ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰোঁতে সংস্থাবোৰে পোৱা সমস্যাবোৰ ব্যাখ্যা কৰক ।
উত্তৰঃ 

প্ৰশ্ন ৩ ঃ শিক্ষাৰ বিভিন্ন স্তৰত আগবঢ়োৱা শৈক্ষিক আৰ্থিক সাহাৰ্য্য ওপৰত এটি টোকা লিখক ।

উত্তৰঃ 

প্ৰশ্ন ৪ ঃ শৈক্ষিক ব্যয়ৰ বিভিন্ন প্ৰকাৰসমূহ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰ ঃ 

প্ৰশ্ন ৫ ঃ পৌনঃপুনিক আৰৰৰু অপৌনঃপুনিক ব্যয়ৰ মাজত থকা পাৰ্থক্য সমূহ লিখক ।


Question Type By- Parina Hazarika