সংগঠন 

অধ্য়ায়-৭

ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : সংগঠন বুলিলে কি বুজে ? 

উত্তৰঃ


প্রশ্ন ২ : শৈক্ষিক সংগঠন বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৩ : সাংগঠনিক পৰিবেশ বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৪ : শিক্ষক হ'ল সুযোগ প্ৰদান কৰোতা- বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন ৫ : শিক্ষক হ'ল ব্যৱস্থাপক- বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন ৬ : এখন শৈক্ষিক অনুষ্ঠানত শিক্ষকজন-হ'ল এজন প্ৰগতিশীল নেতা বর্ণনা কৰক ৷

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০ - ৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : শৈক্ষিক সংগঠন বুলিলে কি বুজে ? সাধাৰণ সংগঠন আৰু শৈক্ষিক সংগঠনৰ মাজত কি কি পার্থক্য দেখা যায় ?

উত্তৰঃ


প্রশ্ন ২ : শৈক্ষিক সংগঠনৰ কাৰ্য্যাৱলী সমূহ বৰ্ণনা কৰক ৷

উত্তৰঃ


প্রশ্ন ৩ : সাংগঠনিক পৰিবেশ বুলিলে কি বুজে? সাংগঠনিক পৰিবেশৰ বাবে কি কি উপাদান দায়বদ্ধ বুলি আপুনি ভাবে ?

উত্তৰঃ


প্রশ্ন ৪ : বিদ্যালয়ত প্ৰধান শিক্ষক আৰু সহকৰ্মী শিক্ষক সকলৰ শৈক্ষিক সাংগঠনিক কার্যকলাপৰ ওপৰত থকা ভুমিকাৰ বিষয়ে আলোচনা কৰক। সাংগঠনিক কার্যকলাপত ছাত্ৰ-ছাত্ৰীৰ কিবা ভুমিকা আছেনে?

উত্তৰঃ




Type By- Bikash Bora