হাৰ্টগ কমিটিৰ প্ৰতিবেদন, ১৯২৯

অধ্য়ায় ১২


ক) চুটি প্ৰশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ ঃ ভাৰতীবৰ্ষৰ প্ৰথমিক শিক্ষাৰ ক্ষেত্ৰত বাৰ্টগ আয়োগৰ তাৎপৰ্য্য় কি আছিল?

উত্তৰঃ


প্ৰশ্ন ২ ঃ ভাৰতীবৰ্ষৰ শিক্ষা সংস্কাৰৰ বাবে কেনেধৰণৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল বুলি আপুনি ভাৱে?

উত্তৰঃ


 প্রশ্ন ৩ : ভাৰতীবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত অপচয় আৰু অৱৰোধ কমাবৰ বাবে কেনেধৰণৰ পৰামৰ্শ হার্টগ আয়োগ আগবঢ়াইছিল?

উত্তৰঃ


প্রশ্ন ৪ : প্রাথমিক শিক্ষা বিকাশৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ দৃষ্টি কৰা কাৰণসমূহ কি কি?

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত হার্টগ কমিটিৰ পৰ্যবেক্ষণ আৰু পৰামৰ্শ চমুকৈ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ২ : কি অৱস্থা বা পৰিস্থিতিত হার্টগ কমিটি গঠন কৰা হৈছিল ? প্রাথমিক শিক্ষা সন্দৰ্ভত ইয়াৰ প্ৰধান পৰামৰ্শসমূহ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ৩ : হার্টগ কমিটিয়ে উল্লেখ কৰাধৰণে অপচয়ৰ সমস্যাটো বৰ্ণনা কৰক। এইক্ষেত্ৰত কমিটিৰ পৰামৰ্শ কি আছিল?

উত্তৰঃ


প্রশ্ন ৪ : শিক্ষা সংশোধনৰ ক্ষেত্ৰত হার্টগ কমিটিৰ পৰামৰ্শৱলীৰ মূল্যায়ন কৰক। প্রশ্ন ৫ : ১৯২১ চনৰপৰা ১৯৩৯ চনলৈ ভাৰতবৰ্ষৰ শৈক্ষিক বিকাশৰ এটি টোকা দিয়ক।

উত্তৰঃ



Question Type By- Mayur Rani Kashyap