চাৰ্জেন্টৰ শিক্ষা প্ৰতিবেদন, ১৯৪৪

অধ্য়ায় ১৪


ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ১৯৪৪ চনৰ চাৰ্জেণ্ট কমিটিৰ তাৎপৰ্য্য কি আছিল ? 

উত্তৰঃ


প্রশ্ন ২ : চার্জেণ্ট কমিটিৰ গুণ আৰু দোষৰ বিষয়ে উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ৩ : চমুকৈ লিখক—

(ক) প্রাপ্তবয়স্ক শিক্ষা

উত্তৰঃ


(খ) শাৰীৰিক আৰু মানসিক বাধা গ্রস্তৰ বাবে শিক্ষা

উত্তৰঃ


(গ) শিক্ষাকৰ প্ৰশিক্ষণ

উত্তৰঃ


(ঘ) নিয়োগ ব্যৱস্থা

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ১৯৪৪ চনৰ চাৰ্জেন্ট কমিটিৰ মূল পৰামৰ্শসমূহ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ২ : প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সন্দৰ্ভৰ চার্জেন্ট কমিটিয়ে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি আছিল? আঁচনিখন কি কি কাৰণত সমালোচিত হৈছে?

উত্তৰঃ


প্রশ্ন ৩ : চার্জেন্ট কমিটিয়ে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা, বয়স্কসকলৰ শিক্ষা আৰু শাৰিৰীকভাৱে অক্ষমসকলৰ শিক্ষাৰ ক্ষেত্ৰত দিয়া মতামতসমূহ আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : উচ্চ শিক্ষাৰ ওপৰত চার্জেন্ট প্রতিবেদনে আগবঢ়োৱা প্ৰস্তাৱনাসমূহ বৰ্ণনা কৰক । কি কাৰণত প্ৰতিবেদনখন সমালোচিত হৈছে? পৰামৰ্শসমূহ কিমানদূৰ প্ৰয়োগ কৰা হৈছিল ?

উত্তৰঃ



Question Type By- Mayur Rani Kashyap