বহুভুজ আৰু আয়তচিত্ৰৰ লেখ চিত্ৰ উপস্থাপন

অধ্য়ায়-১১

প্ৰশ্ন ১ : উপযুক্ত ব্য়ৱধান লৈ তলত দিয়া ২৫টা ৰাশিৰ বাৰংবাৰতা বিতৰণ তালিকা প্ৰস্তুত কৰক?

64,

69,

84,

67,

61,

72,

72,

63

 

71,

83,

70,

76,

76,

82,

67,

73

 

86,

65,

68,

81,

72,

67,

77,

75,

72

উত্তৰঃ


প্ৰশ্ন ২ : 50 জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাৰ সম্পাদন তালিকাৰ ৰাশি সমূহতলত দিয়া হৈছে-

34

78

27

65

88

82

42

70

42

66

56

44

73

56

43

69

59

46

86

52

39

70

57

79

79

65

52

46

44

72


এখন 4 অন্তৰাললৈ বাৰংবাৰতা বিতৰণ তালিকা প্ৰস্তুত কৰা আৰু তাৰ পৰা সঞ্চয়ী বাৰংবাৰতা তালিকা এখনো প্ৰস্তুত কৰক।

উত্তৰঃ



প্ৰশ্ন ৩ : তলত দিয়া তথ্য়ৰ পৰা বাৰংবাৰতা বহুভূজ আৰু আয়তচিত্ৰ অংকণ কৰক-

10-12     = 1    

13-15     = 2

16-18     = 3

19-21     = 7

22-24     = 7

25-27     = 12

28-30     = 10

31-33     = 6

34-36     = 4

37-39     = 2

       N     = 54

উত্তৰঃ


 প্রশ্ন ৪ : ৩নং প্রশ্নত দিয়া তলিকাখনৰ পৰা এডাল মূসন বক্ৰৰেখা অংকণ কৰক ।

উত্তৰঃ


প্রশ্ন ৫ : পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ কি?

উত্তৰঃ


প্রশ্ন ৬ : শিক্ষাত পৰিসংখ্যা বিজ্ঞান কিয় দৰকাৰী ?

উত্তৰঃ


প্রশ্ন ৭ : তথ্য বা সামগ্ৰীৰ অৰ্থ লিখক?

উত্তৰঃ


প্রশ্ন ৮ : বাৰংবাৰ্তা বিতৰণ তালিকা প্রস্তুত কৰোতে কি কি পৰ্য্যায় অনুসৰণ কৰিব লাগে ?

উত্তৰঃ


প্রশ্ন ৯ : আয়ত চিত্ৰ আৰু বাৰংবাৰ্তা বহুভূজৰ মাজত মূল পার্থক্য কি কি ?

উত্তৰঃ


প্রশ্ন ১০ : সঞ্চয়ী বাৰংবাৰ্তা বুলিলে কি বুজে বৰ্ণনা কৰক ৷

উত্তৰঃ



Type By- Bikash Bora