কলিকতা বিশ্ববিদ্য়ালয় আয়োগ- ২ (১৯১৭-১৯১৯)

অধ্য়ায় ১১


ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত চেদলা আয়োগৰ তাৎপৰ্য্য কি আছিল?

উত্তৰঃ


প্রশ্ন ২ : উচ্চ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অৱদান কি আছিল?

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ সন্দৰ্ভত চেদলাৰ আয়োগে কি কি পৰামৰ্শ আগবঢ়াইছিল? ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ বিকাশত আয়োগখনে কিমানদূৰ প্ৰভাৱ পেলাইছে?

উত্তৰঃ


প্রশ্ন ২ : চেদলাৰ আয়োগৰ পৰামৰ্শাৱলীসমূহ লিখক। সেই পৰামৰ্শাৱলীসমূহে ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ বিকাশত কি ধৰণে সহায় কৰিছে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ : কলিকতা বিশ্ববিদ্যালয়ৰ পৰামৰ্শাৱলীসমূহৰ বিষয়ে সমালোচনামূলক পৰীক্ষা কৰক আৰু ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ বিকাশত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ



Question Type By- Mayur Rani Kashyap