শ্ৰেণীকোঠা ব্য়ৱস্থাপনা

অধ্য়ায়-৪

ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : শ্ৰেণীকোঠা বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ২ : বিদ্যালয়ৰ ব্যৱস্থাপনা বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৩ : শ্ৰেণীকোঠা ব্যৱস্থাপনা বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৪ : শিক্ষকৰ যিকোনো দুটা গুণৰ বিষয়ে লিখক ?

উত্তৰঃ


প্রশ্ন ৫ : শিক্ষকৰ বিষয়ে দুটা সংজ্ঞা আগবঢ়াওক ।

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘শিক্ষক’বুলিলে কি বুজে ? শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰক ৷

উত্তৰঃ


প্রশ্ন ২ : উৎকৃষ্ট বিদ্যালয়ৰ ব্যৱস্থাপনাৰ বাবে কেনেধৰণৰ কৌশল ল'ব পৰা যায়, বৰ্ণনা কৰক ৷

উত্তৰঃ


প্রশ্ন ৩ : শিক্ষক হ’ল ব্যৱস্থাপক’- বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : আপোনাৰ মতে বিদ্যালয় ব্যৱস্থাপনাত প্ৰভাৱ পেলাব পৰা কোনবোৰ উপাদান গুৰুত্বপূৰ্ণ ? বৰ্ণনা কৰক ।

উত্তৰঃ


গ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : শ্ৰেণীকোঠা ব্যৱস্থাপনা মানে কি ? শ্ৰেণীকোঠাত সন্মুখীন হোৱা কিছুমান অসুবিধাৰ বিষয়ে বৰ্ণনা কৰক ৷

উত্তৰঃ


প্রশ্ন ২ : এগৰাকী উপযুক্ত ব্যৱস্থাপক হিচাপে শিক্ষক এগৰাকীৰ ব্যক্তিত্বত কেনেকুৱা ধৰণৰ উপাদান থকা উচিত?

উত্তৰঃ


প্রশ্ন ৩ : আপোনাৰ বিদ্যালয় ব্যৱস্থাপনাৰ সৈতে আপুনি সন্তুষ্ট নে ? বিদ্যালয় খন সুন্দৰভাবে ব্যৱস্থাপনা কৰাৰ ক্ষেত্ৰত কি কি কৌশল লব পাৰি পৰামৰ্শ দিয়ক ।

উত্তৰঃ


প্রশ্ন ৪ : বিদ্যালয়ৰ ব্যৱস্থাপক হিচাপে শিক্ষকৰ ভূমিকাৰ বিষয়ে লিখক ।

উত্তৰঃ



Type By- Bikash Bora