চাৰ্টাৰ আইন ১৮১৩

অধ্য়ায় ৫


ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অসমখন আইন হিচাপে ১৮১০ চনৰ চাৰ্টাৰ আইনৰ আটাইতকৈ বিশেষ গুৰুত্বতা কি আছিল ?

উত্তৰঃ


প্রশ্ন ২ : প্ৰাচ্য আৰু পাশ্চাত্যৰ বিবাদ বুলিলে কি বুজে?

উত্তৰঃ


প্রশ্ন ৩ : স্কেলেৰ প্ৰতিবেদনখনৰ উৎকৃষ্ট নিষ্পত্তিকৰণ কি আছিল ?

উত্তৰঃ


প্রশ্ন ৪ : জনসাধাৰণৰ শিক্ষাৰ সাধাৰণ সমিটিক (General Committee of Public Instruction) মূল গুৰুত্বতা কি আছিল ? 

উত্তৰঃ


প্রশ্ন ৫ : নিম্নমুখী পৰিশ্ৰৱন নীতি বুলিলে কি বুজে ?

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘প্ৰগতিৰ পথতত পোহৰ বিলাওতা' বুলি কেলেক কিয় প্ৰশংসা কৰা হৈছিল, বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন ২ : প্ৰাচ্য আৰু প্ৰাশ্চত্য বিবাদৰ মূল কাৰণ সমূহ- কি কি আছিল ?

উত্তৰঃ


প্রশ্ন ৩ : ভাৰতীয় শিক্ষা ব্যৱস্থাত স্কেলেৰ প্ৰতিবেদনখনৰ প্ৰাসংগিকতাক আপুনি কিদৰে সমালোচনা কৰিব ?

উত্তৰঃ


গ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ১৮১৩ চনৰ চাৰ্টাৰ আইনখন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এখন বৈশিষ্ট্যপূর্ণ আইন বুলি আপুনি কিদৰে নিৰ্ণয় কৰিব ?

উত্তৰঃ



Question Type By- Mayur Rani Kashyap