আন্তঃব্য়ক্তিগত বিবাদৰ ব্য়ৱস্থাপনা আৰু শৈক্ষিক সংগঠনৰ চাপ

অধ্য়ায়-৮

ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ঃ বিবাদ মানে আপুনি কি বুজে ?

উত্তৰঃ


প্রশ্ন ২ঃ আন্তঃ ব্যক্তিগত বিবাদ মানে আপুনি কি বুজে ?

উত্তৰঃ


প্রশ্ন ৩ঃ চাপ মানে কি?

উত্তৰঃ


প্রশ্ন ৪ঃ মুক্ত পৰিবেশ মানে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৫ঃ পৰামৰ্শদান বুলিলে কি বুজে ?

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ঃ আন্তঃ ব্যক্তিগত বিবাদৰ সম্ভাব্য কাৰণসমূহ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ২ঃ আন্ত ব্যক্তিগত বিবাদ সমুহ কমাবৰ বাবে কেনেধৰণৰ পদ্ধতি গ্ৰহণ কৰা                     উচিত ? 

উত্তৰঃ


প্রশ্ন ৩ঃ শৈক্ষিক অনুষ্ঠান এখনৰ চাপ কমাবৰ বাবে গ্ৰহণ কৰা সাংগঠনিক কৌশলসমূহ বা পন্থা সমুহৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ


গ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ঃ বিবাদ কি? শৈক্ষিক সংগঠনসমূহত ইয়াৰ সৃষ্টি কিয় হয়?

উত্তৰঃ


প্রশ্ন ২ঃ আন্তঃ ব্যক্তিগত বিবাদ মানে আপুনি কি বুজে ? আন্তঃ ব্যক্তিগত বিবাদৰ সম্ভাব্য কাৰণসমূহ উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ৩ঃ চাপ মানে কি? কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সৃষ্টি হোৱা চাপৰ মোকাবিলা কৰাৰ বাবে সাংগঠনিক কৌশলসমূহৰ কিছুমান বহলভাবে ব্যাখ্যা কৰক ।

উত্তৰঃ


প্রশ্ন ৪ঃ চাপৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ব্যক্তিগতভাৱে ল'ব পৰা কৌশলসমূহৰ বিষয়ে বহলাই ব্যাখ্যা কৰক । প্ৰত্যেকটো কৌশলৰ গুৰুত্বৰ বিষয়ে আভাষ দিয়ক।

উত্তৰঃ




Type By- Bikash Bora