মাধ্যমিক শিক্ষাত বিত্তৰ যোগান

অধ্যায়- ৮

(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ ঃমাধ্যমিক শিক্ষাত চৰকাৰে কিয় বিত্ত যোগান ধৰিব লাগে ? 
উত্তৰঃ 

প্রশ্ন ২ ঃ ভাৰতৰ মাধ্যমিক শিক্ষাৰ ব্যয়ৰ প্রাবল্যতা কি?
উত্তৰঃ 

প্রশ্ন ৩ ঃ ভাৰতৰ মাধ্যমিক শিক্ষাৰ বৃদ্ধিৰ হাৰ্য বিষয়ে চমুকৈ লিখক। 
উত্তৰঃ

প্রশ্ন ৪ : ভাৰতৰ মাধ্যমিক শিক্ষাৰ ব্যয়ৰ ধৰণৰ ভূমিকা সম্পৰ্কে লিখক ।
উত্তৰঃ 

(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : মাধ্যমিক শিক্ষাত বিত্ত যোগানৰ গুৰুত্ব সম্পৰ্কে লিখক।
উত্তৰঃ 

প্রশ্ন ২ : ভাৰতৰ মাধ্যমিক শিক্ষাৰ ব্যয়ৰ বিভিন্ন উপ-শিতানসমূহ কি ? বর্ণনা কৰা ৷ 
উত্তৰঃ 

প্রশ্ন ৩ ঃ ভাৰতৰ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰাব্যলতা আৰু ধৰণ সম্পৰ্কে লিখক।
উত্তৰঃ
 
প্রশ্ন ৪ : ভাৰতৰ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ ব্যয়ৰ বৃদ্ধিৰ হাৰ আৰু ধাৰাৰ ওপৰত এটা টোকা লিখক।
উত্তৰঃ 

প্রশ্ন ৫ : অসমৰ মাধ্যমিক শিক্ষাৰ ব্যয়ৰ ধাৰণ সম্পৰ্কে আলোচনা কৰক ৷
উত্তৰঃ 

প্রশ্ন ৬ : ভাৰতৰ মাধ্যমিক শিক্ষাত বিত্ত যোগানৰ সমস্যাসমূহ বৰ্ণনা কৰক ।
উত্তৰঃ



Question Type By- Parina hazarika