শৈক্ষিক ব্য়ৱস্থাপনাৰ অৰ্থ আৰু প্ৰকৃতি

অধ্য়ায়-১

ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ঃ ব্যৱস্থাপনা বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ২ঃ শৈক্ষিক ব্যৱস্থাপনা বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৩ঃ সিদ্ধান্ত নির্ণয়কাৰী প্ৰক্ৰিয়া বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৪ঃ প্রতিলিপিকৰণ বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৫ঃ ব্যৱস্থাপনা বহু বিষয় সমৃদ্ধ বুলি আপুনি কিয় ভাৱে ?

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ঃ এখন শৈক্ষিক অনুষ্ঠান বাবে ব্যৱস্থাপনা প্রয়োজনীয় - চমুকৈ বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন ২ঃ ব্যৱস্থাপনা হ'ল নমনীয় প্ৰকৃতিৰ, বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ঃব্যৱস্থাপনা এক গতিশীল আৰু বহু বিষয়সমৃদ্ধ প্রক্রিয়া- বৰ্ণনা কৰক । 

উত্তৰঃ


প্রশ্ন ৪ঃ শিক্ষা ব্যৱস্থাপনা আনবোৰ ব্যৱস্থাপনাতকৈ কি ধৰণে পৃথক ।

উত্তৰঃ


গ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ঃ শৈক্ষিক ব্যৱস্থাপনা মানে আপুনি কি বুজে ? শিক্ষা ব্যৱস্থাপনা আনবোৰ ব্যৱস্থাপনাতকৈ কিধৰণে পৃথক?

উত্তৰঃ


প্রশ্ন ২ঃ শৈক্ষিক ব্যৱস্থাপনাৰ নীতিবোৰ কি কি? এখন অনুষ্ঠানৰ কাম-কাজ চলাই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থাপনাৰ গুৰুত্বতাৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ঃ শৈক্ষিক অনুষ্ঠান এখনৰ ব্যৱস্থাপনাৰ কামবোৰ কি কি? কোনবোৰ ক্ষেত্ৰক ই সামৰি লয় ?

উত্তৰঃ


প্রশ্ন ৪ঃ এখন অনুষ্ঠান চলাই নিয়াৰ বাবে শৈক্ষিক ব্যৱস্থাপনাৰ গুৰুত্বতাৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ



Type By- Bikash Bora